ETV Bharat / state

সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন - SARUPATHAR

সৰুপথাৰৰ চুকীয়া পথাৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন বলেৰ' পিক আপ ভান আৰু এখন স্কুটিৰ মাজত দেওবাৰে সংঘটিত এক মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহীজন ৷

one-man-died-in-an-accident-in-sarupathar
সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন
author img

By

Published : May 17, 2020, 5:36 PM IST

সৰুপথাৰ, 17 মে‘ : লকডাউনৰ মাজতেই সৰুপথাৰৰ চুকীয়া পথাৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন বলেৰ' পিক আপ ভান আৰু এখন স্কুটিৰ মাজত দেওবাৰে সংঘটিত হয় মুখামুখি সংঘৰ্ষৰ ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহীজন ৷ নিহত স্কুটি আৰোহীজন মদন ঘাটোৱাৰ বুলি জানিব পৰা গৈছে ৷ মদন গোৱলাৰ ঘৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷

সৰুপথাৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' পিক আপ খনৰ নম্বৰ হ'ল এ এচ 05 চি 7226 l এই ঘটনাৰ পাছত অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে ৷

লগতে পঢ়ক : উত্তৰ অসমৰ প্ৰথমজন কোভিড-19 আক্ৰান্তৰ ভ্ৰমণৰ ভয়ংকৰ ইতিহাস পোহৰলৈ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.