ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল - rupjyoti kurmi press met against C(A)A

শুকুৰবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নাগৰিকত্ব সংশোধনী আইন, 2019ক লৈ সংবাদমেল ৷ মৰিয়নী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সংবাদ মেলৰ আয়োজন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে বিধায়ক গৰাকীয়ে ৷

MLA rupjyoti kurmi organised press met against C(A)A
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল
author img

By

Published : Jan 10, 2020, 7:03 PM IST

মৰিয়নী , 10 ডিচেম্বৰ : মৰিয়নী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত শুকুৰবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদ মেল ৷ "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বান্দৰ, ৰাজনৈতিক গাদীৰ বাবে চৰম পন্থা ল'বলৈ কুণ্ঠাবোধ নকৰে" বুলি সংবাদ মেলত মন্তব্য একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ । যাৰ ফলত বিধায়ক কুৰ্মীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংগ ত্যাগ কৰে বুলি জানিবলৈ দিয়ে । আনহাতে বিধায়ক কুৰ্মীয়ে জনায় যে, 13 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰস্তাৱ দিব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা এই গুৰুত্বপূৰ্ণ অধিবেশনত মন্ত্ৰী বিধায়ক সকলক বিৰোধী মনোবল বৃদ্ধি কৰিবৰ বাবে অসম বাসীক ক'লা কাপোৰ পৰিধান কৰিবৰ আহ্বান জনায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল

লগতে চাওঁক : যোৰহাটত আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ ৰণশিঙা

Intro:MARIANI MLA PRESS MEET

"মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বান্দৰ, ৰাজনৈতিক গাদীৰ বাবে চৰম পন্থা লবলৈ কুণ্ঠাবোধ নকৰে" একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ অভিযোগ।

"মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন বান্দৰ , এতিয়া নবজাতকেও জন্ম গ্ৰহণ কৰি প্ৰথমে কব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বান্দৰ" এনে তীৰ্যক মন্তব্যৰে থকা হৰকা কৰে মন্ত্ৰী গৰাকীক মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আজি মৰিয়নীত হিমন্ত বিশ্ব শৰ্মাৰ একালৰ ঘনিষ্ঠ তথা মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ ৰাজনৈতিক জীৱন সুদৃঢ় কৰিবৰ বাবে ৰাজনীতিৰ চৰম পন্থা লবলৈও কুণ্ঠাবোধ নকৰে যাৰ ফলত বিধায়ক কুৰ্মীয়ে তেওঁৰ সংগ এৰে বুলি জানিবলৈ দিয়ে।

অন্যহাতে বিধায়ক কুৰ্মীয়ে জনায় অহা 13 তাৰিখে বিধানসভাত কা ৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অধিবেশন হব। এই গুৰুত্বপূৰ্ণ তথা অসমৰ ইতিহাস প্ৰথম এনে অধিবেশনত মন্ত্ৰী বিধায়ক সকলক কা ৰ বিৰোধী মনোবল বৃদ্ধি কৰিবৰ বাবে অসম বাসীক কলা কাপোৰ পৰিধান কৰিবৰ আহ্বান জনায়।

Ranjit Borah
MarianiBody:MARIANI MLA PRESS MEET

MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.