ETV Bharat / state

চৰকাৰী বঞ্চনাঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ - সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা

ৰাজ্যৰ 1 লাখ 17 হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ জীৱনৰ সৈতে খেলা কৰা চৰকাৰৰ বিৰুদ্ধে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ আগত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই ৷

চৰকাৰী বঞ্চনাঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদ
author img

By

Published : Jul 25, 2019, 4:36 PM IST

যোৰহাট, 25 জুলাইঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ ব্যাপক প্ৰতিবাদ ৷ ৰাজ্যৰ 1লাখ 17হাজাৰ কৰ্মচাৰীৰ জীৱনৰ সৈতে খেলা কৰা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে যোৰহাটত সাব্যস্ত হয় এই প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত মধ্যাহ্ন ভোজন আঁচনিৰ সকলো সুবিধা অৰ্পন কৰিবলৈ ওলোৱাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে ৷ জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ আগত দিনৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ।।

অসমীয়া তেজ সুহি খোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।এই দাবী সদৌ অসম মধ্যাহ্ন ভোজন ইউনিয়নৰ।
ৰাজ্যৰ ১লাখ ১৭ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰ দিশত।অহা ১ আগষ্টৰ পৰা ৰাজ্যৰ সকলো জিলাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব এন জি অ'ই।পৰিবৰ্তন প্ৰতিশ্ৰুতিৰে শাসঞৰ গাদীত বঢ়া কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰে শেহতীয়াকৈ মধ্যাহ্ন ভোজন আচনী ব্যক্তিগত এন জি অ'ক সিদ্ধান্ত তীব্ৰ ভিষাৰে গৰিহণা দিয়ে সন্হাটোৱে।সমগ্র ৰাজ্য খনৰ বিভিন্ন জিলাৰ লগতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ অৰ্ধশতাধীক কৰ্মীয়ে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.