যোৰহাট, 15 এপ্ৰিলঃ যোৰহাট জিলাৰ তিতাবৰ মহিলা বাৰীত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী ধৰণৰ বিহুৰ আনন্দ৷ পহিলা ব'হাগৰ দিনা অৰ্থাৎ সোমবাৰে অঞ্চলটোৰ সকলো ৰাইজ ওলাই আহি ইজনে আনজনলৈ গালৈ বোকা ছটিয়াই আৰু নিজ গাত বোকাসানি লৈ আনন্দ-স্ফূৰ্তি কৰে৷ পৰম্পৰাগতভাবে তেওঁলোকে উদযাপন কৰি আহিছে বোকা বিহু৷ লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰোগ নহয়৷ ইয়াৰ উপৰিও বিহু শেষ হোৱাৰ পিছত কৃষি কৰ্মৰ লগত জৰিত হৈ পৰিব লোকসকল৷ সেয়ে বিহুৰ আনন্দৰ মাজতেই বোকাৰ সৈতে সম্পৰ্ক গঢ়িবলৈ বোকাবিহু উদযাপন কৰে অঞ্চলটোৰ ৰাইজে ৷
তিতাবৰ মহিলা বাৰীত বোকা বিহু উদযাপন - বোকা বিহু
অঞ্চলটোৰ সকলো ৰাইজ ওলাই আহি ইজনে আনজনলৈ গালৈ বোকা ছটিয়াই আৰু নিজ গাত বোকাসানি আনন্দ-স্ফূৰ্তি কৰে৷ লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰোগ নহয় ৷

যোৰহাট, 15 এপ্ৰিলঃ যোৰহাট জিলাৰ তিতাবৰ মহিলা বাৰীত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী ধৰণৰ বিহুৰ আনন্দ৷ পহিলা ব'হাগৰ দিনা অৰ্থাৎ সোমবাৰে অঞ্চলটোৰ সকলো ৰাইজ ওলাই আহি ইজনে আনজনলৈ গালৈ বোকা ছটিয়াই আৰু নিজ গাত বোকাসানি লৈ আনন্দ-স্ফূৰ্তি কৰে৷ পৰম্পৰাগতভাবে তেওঁলোকে উদযাপন কৰি আহিছে বোকা বিহু৷ লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰোগ নহয়৷ ইয়াৰ উপৰিও বিহু শেষ হোৱাৰ পিছত কৃষি কৰ্মৰ লগত জৰিত হৈ পৰিব লোকসকল৷ সেয়ে বিহুৰ আনন্দৰ মাজতেই বোকাৰ সৈতে সম্পৰ্ক গঢ়িবলৈ বোকাবিহু উদযাপন কৰে অঞ্চলটোৰ ৰাইজে ৷
Body:তিতাবৰ মহিমা বাৰীত ৰাইজে পুৱা ওলাই আহি বোকা বিহু খেলিব ইজনে সিজনৰ গাত ।আৰু কেইদিনমান পাছত হাল জুৰিব কৃষি কৰ্মলৈ ।গাত বোকা লৈ এই বিহু উযাপন কৰে এই বিহু ।আনহাতে লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰুগ নহয় ।Conclusion: