ETV Bharat / state

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ - মৰিয়নী

ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ ৷ প্ৰৱেশ কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মী ৷

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ
author img

By

Published : Apr 1, 2019, 12:20 PM IST

মৰিয়নী , 01 এপ্ৰিলঃনিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাজনৈতিক দল সমূহে ভুৱা আশ্বাস দিয়াটো কোনো নতুন কথা নহয় । এনে ভুৱা আশ্বাসত ভুল গৈ বছৰ বছৰ ধৰি যমৰ যন্ত্ৰনাত ভূগা মৰিয়নীৰ চিনাতলী গাঁও বাসীয়ে এইবাৰ ললে অন্তিম সিদ্ধান্ত ।

মৰিয়নীৰ চিনাতলী গাৱঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ

গাৱঁত প্ৰৱেশ নিষিদ্ধ কৰিলে ভোট বিচাৰি যোৱা ৰাজনৈতিক দলসমূহৰ।চিনাতলী গাৱঁৰ মূল পথটিৰ দুৰাৱস্থাৰ ফলত যাতায়তৰ বাবে অনুপযোগী হৈ আছিল । মেৰামতিৰ অভাৱৰ বাবে বিধ্বংসীৰূপ লোৱা এই পথটোৰ ফলত যমৰ যাতনা ভুগিছে গাঁওবাসীয়ে । বিগত সময়চোৱাত গাঁওবাসীয়ে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বহুতো অনুনয় বিনয় কৰাৰ লগতে মন্ত্ৰী তপন গগৈকো অৱগত কৰিছিল । কিন্তু মন্ত্ৰী গগৈয়ে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এই পথছোৱা বনাই দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস ফুটুকাৰ ফেনতহে পৰিণত হয় বুলি অভিযোগ দিয়ে গাঁওবাসীয়ে ৷ সেয়ে ইয়াৰ প্ৰতিবাদত শেহতীয়াকৈ চিনাতলী গাঁৱৰ যুৱ সংঘই এক আলোচনাত মিলিত হৈ সমূহীয়াকৈ ভোট বৰ্জন তথা গাঁওখনত ভোট বিচাৰি অহা ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণাকৰে ৷

Intro:মৰিয়নীৰ চিনাতলী গাওঁত নিষিদ্ধ ৰাজনৈতিক দলৰ প্ৰৱেশ : ভোট বৰ্জনৰ সিদ্ধান্ত গাঁও বাসীৰ।Body:MARIANI MLA CONTROVERSIAL BITE

নৰেন্দ্ৰ মোদী এজন পাগল, জাতিদ্রোহী প্ৰধানমন্ত্ৰী : কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাষ্য।

লোকসভা নিৰ্বাচন সমাগত। এটা দলে আনটোদলক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছে। শেহতীয়াকৈ মৰিয়নীৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পাগল আখ্যা দিয়াৰ লগতে অসমীয়া জাতিটোৰ বাবে জাতিদ্রোহী আখ্যা দিয়ে। কথাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডী উৰিবলৈ চেষ্টা কৰি আছে যিটো কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ বুলি অভিহিত কৰে। মৰিয়নীৰ সোণোৱাল চাহ বাগিচাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশলৈ এনেদৰে তিয্যক মন্তব্য আগবঢ়াই কুৰ্মীয়ে।
BITE :- MLA MARIANI
RANJIT BORAH
MARIANIConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.