ETV Bharat / state

এজাক বৰষুণতেই কৃত্ৰিম বানৰ কৱলত মৰিয়নী

author img

By

Published : Aug 10, 2019, 4:22 PM IST

পৌৰসভাৰ নিষ্ক্ৰীয় ভূমিকাৰ বিৰুদ্ধে ক্ষোভ বানাক্ৰান্তৰ ৷ অচিৰেই এই সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান ক্ষোভিত ৰাইজৰ ৷

কৃত্ৰিম বানত বুৰ গ'ল যোৰহাটৰ মৰিয়নী

মৰিয়নী, 10 আগষ্ট: ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে বান পৰিস্থিতি ৷ কিন্তু ইয়াৰ বিপৰীতে ঠায়ে ঠায়ে অব্যাহত আছে কৃত্ৰিম বানৰ প্ৰভাৱ ৷ শুকুৰবাৰে নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানপানীত ডুব যায় যোৰহাট জিলাৰ মৰিয়নীৰ কেইবাটাও অঞ্চল ৷ লগতে যোৰহাট নগৰৰ 1 নং ৱাৰ্ড আৰু 5 নং ৱাৰ্ডৰ বহুকেইটা বাসগৃহত কৃত্ৰিম বান সোমোৱাৰ ফলত নষ্ট হয় বহু সামগ্ৰী ৷

কৃত্ৰিম বানত বুৰ গ'ল যোৰহাটৰ মৰিয়নী

স্থানীয় লোকৰ অভিযোগ অনুসৰি মৰিয়নী পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই ৰাইজে ভুগিব লগা হৈছে এই দুৰ্ভোগ ৷ বানপানী হোৱা অঞ্চলসমূহৰ নলা নৰ্দমা সমূহ বছৰ বছৰ ধৰি চাফা নকৰাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ আনহাতে মৰিয়নী পৌৰসভাই এই অঞ্চল সমূহৰ জাৱৰ নিষ্কাষণ নকৰাৰ ফলতে জাবৰৰ দমে সৃষ্টি কৰা দুৰ্গন্ধময় পৰিৱেশৰ মাজতে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে লোকসকলে ৷ অচিৰেই এই সমস্যা সমাধান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান ক্ষোভিত ৰাইজৰ ৷

Intro:MARIANI ARTIFICIAL FLOOD

কৃত্ৰিম বানত ডুব গল মৰিয়নীৰ কেইবাটাও আবাসীক অঞ্চল।Body:MARIANI ARTIFICIAL FLOOD

কৃত্ৰিম বানত ডুব গল মৰিয়নীৰ কেইবাটাও আবাসীক অঞ্চল।

যোৱা নিশা হোৱা প্ৰবল বৃষ্টিপাতৰ সৃষ্টি হোৱা কৃত্ৰিম বানপানীত ডুব গল মৰিয়নীৰ কেইবাটাও অঞ্চল। হঠাৎ হোৱা কৃত্ৰিম বানপানীৰ ফলত নগৰৰ ১ নং ৱাৰ্ড আৰু ৫নং ৱাৰ্ডৰ বহুকেইটা বাসগৃহত পানী সোমাই বহু সামগ্ৰী নষ্ট হয়। স্থানীয় লোকৰ অভিযোগ মৰিয়নী পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে ৰাইজে ভুগিব লগাত পৰিছে। বানপানী হোৱা অঞ্চলসমূহৰ নলা নৰ্দমা সমূহ বছৰ বছৰ ধৰি চাফা নকৰাৰ ফলত এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বুলি জানিব দিছে স্তানীয় লোকে।
Bite :- local

অন্যহাতে মৰিয়নী পৌৰসভায়ে এই অঞ্চল সমূহৰ জাবৰ নিষ্কাষণ নকৰাৰ ফলত ৰাইজ জাবৰৰ দমৰ লগত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। ফলত এক দুৰ্গন্ধমই পৰিবেশ সৃষ্টি হৈছে।
Bite

Ranjit borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.