ETV Bharat / state

টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন - শ্ৰীমন্ত শংকৰদেৱ সংঘ

অহা ২৮ জানুৱাৰীৰ পৰা তিনি দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিৱেশন (Srimanta Sankardev sangha annual conference of Jorhat)। জিলাখনৰ ১৬ খনকৈ আঞ্চলিকৰ লক্ষাধিক ভকত বৈষ্ণৱক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

Lai khuta set up of Srimanta Sankardev Sangha annual conference
টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন
author img

By

Published : Jan 10, 2022, 9:37 AM IST

টিয়ক, 10 জানুৱাৰী : 2022 বৰ্ষৰ 28 জানুৱাৰীৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘ(Srimanta Sankardev Sangha annual conference of Jorhat)ৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিৱেশন । তাকেই লৈ চিপাহীখোলা গছপুৰীয়াৰ কৰ্মযোগী মুক্ষেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি । জিলাখনৰ ১৬ খনকৈ আঞ্চলিকৰ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাইছে ।

মহিলাসকলে হৰিনামৰ ধ্বনি তুলি আৰম্ভ কৰিছে পথাৰৰ নৰা কটা পৰ্ব । ইপিনে দেওবাৰে এক গুৰু গাম্ভীৰ্য আধ্যাত্মিক পৰিবেশত এই অধিৱেশনৰ লাইখুটা স্থাপন কৰে ভকত বৈষ্ণৱসকলে (Lai khuta set up of Srimanta Sankardev Sangha annual conference) । পুৱাই জিলাখনৰ বিভিন্ন প্ৰাথমিকৰ পৰা সদস্যসকল আহি উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন

উল্লেখ্য যে ক'ভিডৰ ভয়াবহতাৰ বাবে যোৱা দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল জিলা অধিবেশনৰ লগতে মূল অধিবেশনো । ইয়াকে কেন্দ্ৰ কৰি এতিয়া সকলোৰে মাজত এইবাৰ দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ উদ্দীপনা । ইপিনে উক্ত অধিৱেশনখনৰ লাই খুটা স্থাপন কাৰ্যসূচীৰ পাছতে ভকত বৈষ্ণৱসকলে নামঘৰত এখনি ৰাজহুৱা সভাও অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক : সাময়িকভাৱে স্থগিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.