ETV Bharat / state

কাৰ্যভাৰ গ্ৰহণ মহিলা বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্যৰ - ডঃ মালিনী গোস্বামীয়ে আজি মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে আনুষ্ঠানিক ভাৱে দায়িত্ব ভাৰ গ্ৰহণ কৰে

পাঁচ বছৰীয়া উৎকন্ঠাৰ অৱসান ঘটাই যোৱা 12 চেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ উচ্চশিক্ষা বিভাগে বিশ্ববিদ্যালয়খনত নিযুক্তি দিয়ে উপাচাৰ্যৰ ৷

আনুষ্ঠানিক বাৱে ভাৰ গ্ৰহণ মহিলা বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্যৰ
author img

By

Published : Sep 16, 2019, 6:55 PM IST

যোৰহাট, 16 চেপ্তেম্বৰঃ যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে উদুলি-মুদুলি পৰিৱেশৰ ৷ বিগত পাঁচ বছৰীয়া উৎকন্ঠাৰ অৱসান ঘটাই যোৱা 12 চেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ উচ্চশিক্ষা বিভাগে বিশ্ববিদ্যালয়খনত নিযুক্তি দিয়ে উপাচাৰ্য ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ডঃ মালিনী গোস্বামীয়ে আজি মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে আনুষ্ঠানিক ভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে৷ লগে লগে গায়ন-বায়ন আৰু উৰুলিৰে মুখৰিত হৈ পৰে বিশ্ববিদ্যালয় চৌহদ৷

আনুষ্ঠানিক বাৱে ভাৰ গ্ৰহণ মহিলা বিশ্ববিদ্যালয়ৰ নৱ-নিযুক্ত উপাচাৰ্যৰ
আনহাতে নতুন উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰাক লৈ উৎফুল্লিত হৈ পৰে ছাত্ৰী আৰু শিক্ষক সমাজ ৷

অসম।মহিলা বিশ্ববিদ্যালয়ত অনুষ্ঠানীক ভাৱে ভাৰ গ্ৰহণ নৰ্ৱনিৰ্বাচিত উপাচাৰ্য।।

উদুলি মুদুলি পৰিৱেশ এতিয়া মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত।পূৱাৰ পৰাই শতাধিক ছাত্ৰীৰ বহু অপেক্ষাৰত পল আহি পৰাৰ লগে লগে গায়ন বায়ন আৰু উৰুলিৰ মংগলঢ়ধৰ্নীৰে মুখৰিত হৈ পৰিল বিশ্ববিদ্যালয়ৰ চৌহদ।
বিগত পাচ বছৰীয়া উৎকণ্ঠাৰ অৱসান ঘটিল ৰাজ্যৰ প্ৰথম খন মহিলা বিশ্ববিদ্যালয় "অসম মহিলা বিশ্ববিদ্যালয়"ৰ। ১২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে উপাচাৰ্য হিচাপে ডঃ মালিনী গোস্বামীক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল।আজি ১৬ ছেপ্টেম্বৰ দিনা ডঃ মালিনী গোস্বামীয়ে আনুষ্ঠানিকভাৱে ঘোগদান কৰাৰ লগতে গ্ৰহণ কৰে দায়িত্ব ভাৰ।শিক্ষক শিক্ষয়িত্ৰী লগতে পাচ শতাধিক ছাত্ৰী মুখত অৱশেষত হাহি বিৰাজমান।আন্দত আত্মহাৰা হৈ পৰা ছাত্ৰীৰ লগতে শিক্ষা গুৰু সকলে এগৰাকী মহীয়ান নাৰীক নিজৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে পায় ।

byte: ছাত্ৰী আৰু শিক্ষয়িত্ৰী।

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী ডঃ মালিনী গোস্বামীয়ে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰে নিজকে ধন্য মানিছে আৰু ই একপ্ৰকাৰৰ প্ৰত্যাহ্বান বুলি জানিব দিছে।ৰাজ্যখনৰ প্ৰথম খন মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণ কৰি জনাই মহিলা বিশ্ববিদ্যালয়ৰ খনক নিজৰ ঘৰৰ দৰে আগুৱাই নিবলৈ যথো পৰোনাষ্টিক চেষ্টা কৰিব।

byte:ডঃ মালিনী গোস্বামী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.