ETV Bharat / state

সৰ্বাংগীণ উন্নয়নৰ উদাহৰণ টীয়কৰ এটা গড়কাপ্তানী পথ

author img

By

Published : Mar 12, 2020, 11:31 AM IST

ৰাজ্যত উন্নয়নৰ বতাহ বলিছে ৷ যোৰহাটৰ টীয়কৰ পৰাই আৰম্ভ হৈছে সৰ্বাংগীণ উন্নয়নৰ ধাৰাটো ৷ ৰাজ্যৰ গড়কাপ্তানী বিভাগে গাঁৱে ভূঞে চকুত লগা কৰি তুলিছে ৰাজপথসমূহ... চাওক আমাৰ এক প্ৰতিবেদন...

সৰ্বাংগীণ উন্নয়নৰ উদাহৰণ টীয়কৰ এটা গড়কপ্তানী পথ

টীয়ক,12 মাৰ্চঃ যোৰহাটৰ টীয়কৰ এটা জৰাজীৰ্ণ গড়কাপ্তানী পথে জীয়াতু ভোগাইছে সাধাৰণ পথচাৰীক ৷ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই-বামুনপুখুৰী সংযোগী গড়কাপ্তানী পথটোৰ জৰাজীৰ্ণ ৰূপে জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। প্ৰায় ১০-১২ খন গাঁৱৰ ৰাইজ অহা-যোৱা কৰা পথটোৰে পূৰ্বতে যাত্ৰীবাহী বাছ চলাচল কৰিছিল যদিও বৰ্তমান বাছটো দূৰৈৰ কথা দুচকীয়া বাহন চলাবলৈও বহু বাৰ ভাৱিব লগা হয় । মেৰামতিৰ অভাৱত কৰ্দয ৰূপ ধাৰণ কৰা গড়কাপ্তানী পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ,স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাক অঞ্চলবাসীয়ে দাবী জনাই আহিছে যদিও কাণসাৰ নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে । শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনাইছে। অন্যথা অহা নিৰ্বাচনত ৰাইজে উচিত সিদ্ধান্ত লোৱাৰ হংকাৰ দিছে ৷

ৰাজ্যত উন্নয়নৰ জোৱাৰ বলিছে...
লগতে চাওকঃ

নাইজেৰিয়ান দৰা, কইনা তিতাবৰৰঃ চৰ্চাত ডেভিদ সবিতাৰ বিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.