ETV Bharat / state

বোনাচৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Sep 9, 2019, 5:46 PM IST

ৰাজ্যজুৰি বোনাচ কৰ্তনৰ বিৰুদ্ধে অব্যাহত আছে চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷

শাৰদীয় দুৰ্গা পূজাৰ আগে আগে ২০% বানচ আদায়ৰ দাবী

যোৰহাট, 9 ছেপ্তেম্বৰ:

  • যোৰহাটত চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী
  • জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম মজুৰি শ্ৰমিক ইউনিয়নে সাব্যস্ত কৰিলে এই প্ৰতিবাদ
  • শাৰদীয় দুৰ্গা পূজাৰ আগে আগে ২০% বানচ আদায়ৰ দাবী
  • টিয়কৰ ডাক্তৰ দেৱেন দত্তৰ হত্যাৰ উচিত তদন্তৰ দাবী সংগঠনটোৰ
    যোৰহাটত চাহ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী

পুজাৰ আগে বনাছৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।।

আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ আগে আগে ২০% বনাছ আদায়ৰ দাবীত অসম মজুৰি শ্ৰমিক ইউনিয়নে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।কেৱল অসম চাহ নিগম নহয় ,ৰাজ্যৰ সকলো বাগিচাতে ২০% বনাছ আদায় দিবলৈ দাবী কৰাৰ লগতে টিয়ক ঘটনাৰ দেবেন দত্ত আৰু চমৰা মাঝিৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰি প্ৰতিবাদ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.