ETV Bharat / state

আম-ডালিমৰ মূল্যকো চেৰালে আলু-পিয়াজে

author img

By

Published : Nov 3, 2020, 9:21 PM IST

যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুঘন্টা যোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

jorhat kmss protest
আম-ডালিমৰ মূল্যকো চেৰালে আলু-পিয়াজে

যোৰহাট,3নৱেম্বৰ: ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় জুমলা পাৰ্টী । একমাত্ৰ পুজিপতিৰ স্বাৰ্থত কাম কৰা দল হৈছে বিজেপি দল । মংগলবাৰে যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘন্টা যোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিজেপিক জুমলা পাৰ্টী বুলি মন্তব্য কৰে ৷ অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ হ্ৰাস কৰা দাবীৰে সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

jorhat kmss protest
আম-ডালিমৰ মূল্যকো চেৰালে আলু-পিয়াজে

প্ৰতিবাদকাৰী সকলে চৰকাৰক উপলুঙা কৰি ক’লে, পিয়াজ এতিয়া ডালিম হ‘ল, আলু গুচি আম হ’ল, বিলাহী আপেল আৰু নহৰুবোৰ হ’লগৈ কাজু সম ৷ বৰাক -ব্ৰহ্মপুত্ৰ পাহাৰ, ভৈয়ামৰ বিকাশেই বিকাশ হ’ল বুলি কৰিলে মন্তব্য ।

আম-ডালিমৰ মূল্যকো চেৰালে আলু-পিয়াজে

একমাত্ৰ পুজিপতিৰ স্বাৰ্থত কাম কৰা বিজেপি চৰকাৰৰ নিষ্ক্ৰিয়তাৰ ফলত বৃদ্ধি পাইছে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য । যাৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদৰ মাজেৰে সংগঠনটোৰ সদস্য সকলে অত্যাধিক খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰা দাবী জনালে চৰকাৰক ৷

jorhat kmss protest
ভাৰতীয় জুমলা পাৰ্টী হৈছে বিজেপি দল

অন্য এক খবৰৰ বাবে: বিজেপিৰ পৰা এইবাৰ অধিক আসন বিচাৰিব অগপইঃ অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.