ETV Bharat / state

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব - অসম

আজি জিলা খনৰ স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালকৰ কাৰ্যলয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া৷ তথ্য অনুসৰি বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় খনত 28 জন ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে৷

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব
author img

By

Published : Jul 3, 2019, 3:03 PM IST

যোৰহাট,3 জুলাই: এনকেফেলাইটিছৰ প্ৰাৰ্দুভাব কমাবলৈ যোৰহাটত আজি অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷ মৃতকৰ হাৰ বৃদ্ধি হোৱা নাই যদিও বৃদ্ধি পাব ধৰিছে আক্ৰান্ত ৰোগীৰ৷ বিহাৰৰ পাছতে এতিয়া অসমত ভয়াৱহ ৰূপ ল'ব ধৰিছে জাপানীজ এনকেফেলাইটিছে ৷ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা৷ বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দৈনিক ভৰ্তি হৈ আছে নতুনকৈ আক্ৰান্ত হোৱা ৰোগী৷ শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আবাসিক চৌহদত দুজনকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ যোৰহাটৰ লগতে কাষৰীয়া জিলা কেইখনত দিন দিনে বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হোৱা লোক সকলৰ ভিতৰত প্ৰায় সকলো সংকটমুক্ত বুলি জানিব দিয়ে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়াই৷

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰো উদ্বিগ্ন হৈ পৰিছে ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰিবলৈ লোৱা কৰা জাপানীজ এনকেফেলাইটিছ ৰোগকলৈ ৷ আজি জিলা খনৰ স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালকৰ কাৰ্যলয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া৷ তথ্য অনুসৰি বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় খনত 28 জন ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে৷ চিকিৎসালয় খনৰ সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়া জনোৱা মতে 11 জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ ভিতৰত ইতিমধ্যে 6 জন ৰোগীৰ মৃত্যু ঘটিছে ৷ লগতে সমগ্ৰ জিলা খনত ইতিমধ্যে জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা দিশত নিৰীক্ষণ কৰা হৈছে বুলি জনাই যুটীয়া সঞ্চালক গৰাকীয়ে৷

জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।।পাৰ্দুভাব কমাবলৈ গূৰুত্বপুৰ্ণ বৈঠক যোৰহাটত।।
মৃতকৰ হাৰ বৃদ্ধি হোৱা নাই যদিও বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ।।

চিকিৎসা মহাবিদ্যালয়ৰ আবাসিক চৌহদতে আক্ৰান্ত।।

বিহাৰৰ পাছতে এতিয়া অসমত ভয়াবহতাৰ দিশত গতি কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে।
ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দৈনিক আহিছে নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ।সৰিয়হৰ দলিত ভুত দৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আবাসিক চৌহদতে দুজনকৈ লোকৰ আক্ৰান্ত হোৱাৰ তথ্য আহি পৰিছে।ইয়াৰে এগৰাকী কিশোৰী।যাৰফলত যোৰহাটৰ লগতে কাষৰীয়া জিলা কেইখনত দিন দিনে বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হোৱা লোক সকলৰ ভিতৰত প্ৰায় সকলো সংকটমুক্ত,এতিয়ালৈকে মৃতকৰ সংখ্যা বৃদ্ধি হোৱা নাই বুলি জানিব দিয়ে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়াই।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰিবলৈ চেষ্টা কৰা জাপানীজ এনকেফেলাইটিছক লৈ।আজি জিলা খনৰ স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালকৰ কাৰ্যলয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়তো ভালেসংখ্যক ৰোগী চিকিৎসাধীন হৈ আছে।আমাৰ হাতত পৰা তথ্য অনুযায়ী চিকিৎসা মহাবিদ্যালয় খনত ২৮ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে।ইয়াৰে ভিতৰত ১৩ জাপানীজ এনকেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত।
কিন্তু যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়া জনোৱা মতে বিভাগৰ তথ্য মতে ১১ জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ ভিতৰত ইতিমধ্যে ৬ জন দূৰ্ভগীয়া ৰোগীৰ মৃত্যু ঘটিছে।কিন্তু এই সকলো ৰোগী যোৰহাট জিলাৰ নহয়।জিলাখনৰ কাষৰীয়া জিলা কেইখনৰহে। যোৰহাট জিলা এতিয়া লৈকে এজনো জাপানীজ এনকেফেলাইটিছ ৰোগী এতিয়াও চিকিৎসা ধীন হোৱা নাই।সমগ্র জিলা খনত ইতিমধ্যে জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা দিশত নিৰীক্ষণ কৰা হৈছে বুলি জনাছে যুটীয়া সঞ্চালক গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.