ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যোৰহাটত মানৱ শৃংখল

author img

By

Published : Feb 18, 2020, 1:54 PM IST

ৰাজ্যখনৰ সকলো নাগৰিকক আকৌ কা বিৰোধী আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান যুৱ ছাত্র পৰিষদৰ । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক জাতীয় সংগঠনৰ কৰ্মীয়ে কা বিৰোধিতাৰে উত্তাল কৰি তুলে পৰিবেশ ।

JORHAT HUMAN CHAIN AGAINST CAA
যোৰহাটত মানৱ শৃংখল

যোৰহাট, 18 ফেব্ৰুৱাৰীঃ সময়ৰ লগে লগে ৰাজ্যত কিছু পৰিমাণে কা-বিৰোধী আন্দোলন স্তিমিত হৈ পৰিছে যদিও জাতীয় দল সংগঠনৰ নেতৃত্বত এতিয়াও অব্যাহত আছে প্ৰতিবাদ ৷ কা-বিৰোধিতা কৰি যোৰহাটত আজি সদৌ অসম যুৱ ছাত্র পৰিষদ আৰু সদৌ অসম ছাত্র সন্থাই মানৱ শৃংখলাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যখনৰ সকলো নাগৰিকক আকৌ কা বিৰোধী আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান যুৱ ছাত্র পৰিষদৰ । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক জাতীয় সংগঠনৰ কৰ্মীয়ে কা বিৰোধিতাৰে উত্তাল কৰি তুলে পৰিবেশ ।

লগতে পঢ়কঃ আমগুৰিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.