- যোৰহাটত গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন
- স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টত প্ৰতিষ্ঠা দিৱসৰ আয়োজন যোৰহাট জিলা গড়কাপ্তানী বিভাগৰ
- প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি জনকল্যাণমূলক হাতত লৈছে সন্থাই
- উক্ত দিনা বিভিন্ন বিদ্যালয় আৰু গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ চৌহদত সন্থাই ৰোপণ কৰিব 120 জোপা বৃক্ষ
- বিয়লি যোৰহাটৰ গড়আলিত নৃত্য প্ৰদৰ্শনৰ লগতে অনুষ্ঠিত হ'ব দেশ ভক্তিমূলক গীত
- অনুষ্ঠানৰ অংশগ্ৰহণ কৰিব অসম গৌৰৱ বিশাল শৰ্মাই
ঠিকাদাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টত ১২০ জোপা ফল-মূলৰ বৃক্ষ ৰোপণ কৰিব গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সন্থাই
ঠিকাদাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন
- যোৰহাটত গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন
- স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টত প্ৰতিষ্ঠা দিৱসৰ আয়োজন যোৰহাট জিলা গড়কাপ্তানী বিভাগৰ
- প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি জনকল্যাণমূলক হাতত লৈছে সন্থাই
- উক্ত দিনা বিভিন্ন বিদ্যালয় আৰু গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ চৌহদত সন্থাই ৰোপণ কৰিব 120 জোপা বৃক্ষ
- বিয়লি যোৰহাটৰ গড়আলিত নৃত্য প্ৰদৰ্শনৰ লগতে অনুষ্ঠিত হ'ব দেশ ভক্তিমূলক গীত
- অনুষ্ঠানৰ অংশগ্ৰহণ কৰিব অসম গৌৰৱ বিশাল শৰ্মাই
যোৰহাট গড়কম্পানী বিভাগৰ ঠিকাদাৰ সন্হাৰ সংবাদ মেল।।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্ট দিনা ৰূপন কৰিব ১২০ জোপা বৃক্ষ।।
গড়কম্পানী বিভাগৰ যোৰহাট জিলা ঠিকাদাৰ পথ আৰু গৃহ বিভাগৰ দ্বাৰা আগন্তুক ১৫ আগষ্ট তাৰিখৰ দিনটোত সন্হাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি জনমূলক কায্যসুচি হাতত লৈছে।সন্হাটোৰ কায্যলয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত জনোৱা মতে ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস উদযাপন কৰা লগতে বিভিন্ন বিদ্যালয় আৰু গড়কম্পানী বিভাগৰ কায্যলয়ৰ চৌহদত বিশেষকৈ ফল মূলৰ বৃক্ষ ৰূপণ কৰাৰ পৰিকল্পনা হাতত লৈছে।ইয়াৰ উপৰিও সন্হাই চহৰখনৰ গড় আলিত সন্ধিয়া ভাগত দেশ ভক্তি মূলক গীতৰ অনুষ্ঠানৰ লগতে নৃত্য প্ৰদৰ্শন হব যত অসম গৌৰৱ বিশাল শম্মাই অংশগ্ৰহণ কৰিব।