- যোৰহাটৰ সদৰ আৰক্ষীৰ গোচৰত জামিন লাভ অখিল গগৈৰ
- কেছ নম্বৰৰ ৩৪৯৮/১৯ কেছত গোচৰ ৰুজূ কৰিছিল অখিল গগৈসহ কেবাজনৰ বিৰুদ্ধে
- যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিলসহ কেবাজনকো
- গ্ৰেপ্তাৰ হৈছিল মানস কোৱৰ,লক্ষ্যজিৎ গগৈ আৰু দিব্যজ্যোতি শৰ্মা
- যোৱা ১২ ডিচেম্বৰ গ্ৰেপ্তাৰ কৰিছিল এই নেতা কেইজন
- ইতিমধ্যে অখিল গগৈক "নিয়াই তদন্তৰ বাবে নিজৰ জিম্মাত লৈছে
- ভাৰতীয় দণ্ডবিধি ১২০(বি)/১৪৫/১৫১/১৫৩/১৫৩(এ)১৭৭/১৫৮/২৯১/৪৩১ অধীনত ধাৰা জাপি দিছিল
- যোৰহাট এছ ডি জি এম কৰ্টৰ ন্যায়াধীশে জামিন মন্জুৰ কৰিছে নেতা কেইজনৰ
- যোৰহাট উকীল সন্থাই বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিছিল লোককেইজনক
জামিন পালে অখিল গগৈয়ে
16:52 December 26
১২ ডিচেম্বৰত যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিলসহ কেবাজনকো আন্দোলনকাৰী নেতাক

ব্ৰেকিং প্লীছ
যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰুজূ কৰা গোছৰত পৰা বেল পালে অখিল গগৈ, মানস কোৱৰ,লক্ষ্যজীৎ গগৈ আৰু দিব্যজ্যোতি শৰ্মা ই।যোৱা ১২ ডিচেম্বৰ গ্ৰেপ্তাৰ কৰিছিল এই নেতা কেইজন।ইতিমধ্যে অখিল গগৈ ক "নিয়ায়ে"নিজৰ জিম্মাত লৈছে।
যোৰহাট আৰক্ষীয়ে
কেছ নম্বৰৰ ৩৪৯৮/১৯ কেছত গোচৰ ৰুজূ কৰিছিল।আনহাতে ভাৰতীয় দন্ডবীধি ১২০(বি)/১৪৫/১৫১/১৫৩/১৫৩(এ)১৭৭/১৫৮/২৯১/৪৩১ অধীনত ধাৰা জাপি দিছিল।যোৰহাট এছ ডি জি এম কৰ্টৰ ন্যায়াধীশে জামিন মন্জূৰ কৰিছে এই কেইজন নেতাৰ।উল্লেখযোগ্য যে যোৰহাট বাৰ উকীল সন্হাই বিনামূলীয়া আইনী সাহাৰ্য্য প্ৰদান কৰিছে নাগৰিকত্ব (সংশোধিত)আইনৰ বিৰোধিতা কৰি জেল হাজোতলৈ যোৱা আন্দোলনকাৰীৰ।।
Conclusion:
TAGGED:
JORHAT AKHIL GOGOI BREAKING