ETV Bharat / state

গড়মূৰত আৰ্থিকভাৱে দুৰ্বল লোকক সহায়ৰ হাত 'আইডল' স্বেচ্ছাসেৱী সংস্থাৰ - idol ngo helps to poor people at garhmur

গড়মূৰ অঞ্চলত আৰ্থিকভাৱে দুৰ্বল বহু লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সংস্থা 'আইডল ৷' ইতিমধ্য বহুকেইটা পৰিয়ালৰ মাজত এটা সপ্তাহৰ বাবে চাউল,দাইল,আলু,পিয়াজ আদিৰ দৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী বিতৰণ কৰিছে সংস্থাটোৱে ৷

সহায়ৰ হাত 'আইডল' স্বেচ্ছাসেৱী সংস্থাৰ
সহায়ৰ হাত 'আইডল' স্বেচ্ছাসেৱী সংস্থাৰ
author img

By

Published : Mar 31, 2020, 9:18 AM IST

Updated : Mar 31, 2020, 10:51 AM IST

গড়মূৰ, 31 মাৰ্চঃ লক ডাউনৰ সময়ত বহু আৰ্থিকভাৱে দুৰ্বল লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু লোক ৷ বৃহত্তৰ গড়মূৰ অঞ্চলত বহুজন আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিছে এটা অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সংস্থা 'আইডল ৷' আইডল তৰফৰ পৰা একাংশ আৰ্থিকভাৱে দুৰ্বল লোকক প্ৰদান কৰা হৈছে এটা সপ্তাহৰ বাবে চাউল,দাইল,আলু,পিয়াজ আদিৰ দৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ৷

গড়মূৰত আৰ্থিকভাৱে দুৰ্বল লোকক সহায়ৰ হাত 'আইডল' স্বেচ্ছাসেৱী সংস্থাৰ

লগতে পঢ়কঃ অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ অভাৱ দূৰীকৰণৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে !

Last Updated : Mar 31, 2020, 10:51 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.