যোৰহাট, 25 মে': শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত যোৰহাট জিলাৰ 9 জনকৈ শিক্ষাৰ্থীয়ে আজুৰি আনিলে গৌৰৱ । ইয়াৰ ভিতৰত এগৰাকী ছাত্ৰী সুকন্যা ফুকন ৷ যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা অৱতীৰ্ণ সুকণ্যাই 470 নম্বৰৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ডি বি বি ৰোডস্থিত ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যা ৷ উল্লেখযোগ্য যে, ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা সুকন্যা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কন্ঠৰে সুকীয়া পৰিচয় দাঙি ধৰা সুকন্যা এইবাৰ পুনৰ ইণ্ডিয়ান আইডলৈ যাব প্ৰস্তুতি চলাইছে ।
কেৱল কণ্ঠৰে নহয় মেধাৰেও উজলিল যোৰহাটৰ সুকন্যা - assam news
যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা অৱতীৰ্ণ সুকণ্যাই 470 নম্বৰৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ডি বি বি ৰোডস্থিত ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যা ৷ উল্লেখযোগ্য যে, ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা সুকন্যা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা
![কেৱল কণ্ঠৰে নহয় মেধাৰেও উজলিল যোৰহাটৰ সুকন্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3381327-738-3381327-1558791388319.jpg?imwidth=3840)
যোৰহাটত অষ্টম স্থানেৰে উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা সুকন্যা
যোৰহাট, 25 মে': শনিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত যোৰহাট জিলাৰ 9 জনকৈ শিক্ষাৰ্থীয়ে আজুৰি আনিলে গৌৰৱ । ইয়াৰ ভিতৰত এগৰাকী ছাত্ৰী সুকন্যা ফুকন ৷ যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা অৱতীৰ্ণ সুকণ্যাই 470 নম্বৰৰে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ডি বি বি ৰোডস্থিত ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যা ৷ উল্লেখযোগ্য যে, ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা সুকন্যা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কন্ঠৰে সুকীয়া পৰিচয় দাঙি ধৰা সুকন্যা এইবাৰ পুনৰ ইণ্ডিয়ান আইডলৈ যাব প্ৰস্তুতি চলাইছে ।
যোৰহাটত অষ্টম স্থানেৰে উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়িকা সুকন্যা
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰত যোৰহাটৰ জিলাও
৯ জনকৈ শিক্ষাৰ্থীয়ে আজূৰি আনিলে গৌৰৱ।ইয়াৰ ভিতৰত এগৰাকী ছাত্ৰী সুকণ্যা ফুকন।ঘৰ যোৰহাটৰ ডি চি বি ৰোডত।ৰমেন ফুকন আৰু পুৰ্ণিমা ফুকনৰ কন্যা।যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ পৰা আৰ্ৱত্তীন হৈ ৪৭০ নম্বৰৰে অষ্টম স্হান দখল কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে শিক্ষাৰ লগতে সুকন্যা ফুকনৰ আন এটা বিশেষকৈ সফল দিশটো হল,সুকন্যা এগৰাকী সু-গায়িকা।ৰাষ্ট্ৰীয় পয্যায়ত নিজৰ কন্ঠৰে সুকীয়া পৰিচয় দাঙি ধৰা সুকন্যা এইবাৰ ও ইন্ডীয়ান আইডলৈ যাব।ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্যৰে ইতিমধ্যে পৰিকল্পনাঃ সম্পূৰ্ণ কৰি তুলিছে সুকন্যাই। প্ৰকৃত প্ৰজ্ঞাৰ গৰাকী সুকন্যাক লৈ ETV Bharat ৰ বিশেষ প্ৰতিবেদন।।