ETV Bharat / state

পৰিসমাপ্তি ঘটিল শতিকাৰ কৰুণ ঘটনাৰ - যোৰহাট

নতুন উপসৰ্গই দেখা দিছে সুৰাৰ ঘটনাত আক্ৰান্ত লোকৰ দেহত

শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি
author img

By

Published : Feb 28, 2019, 3:08 PM IST

যোৰহাট, ২৮ ফেব্ৰুৱাৰী: পৰিসমাপ্তি ঘটিল শতিকাটোৰ কৰুণ ঘটনাৰ । এক প্ৰকাৰৰ যমৰ ঘৰৰ পৰা ঘুৰি আহিছে বহু লোক । ইপিনে যিসকল লোকে দৃষ্টি শক্তি হেৰুৱা নাই সেই সকলৰ ভিতৰত কিছু লোকৰ মাজত কিন্তু দেখা দিছে এক নতুন ৰোগে ।

শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি
বৰ্তমানৰ অৱস্থাত যিসকল ভাগ্যৰ প্ৰাণ ৰক্ষা পৰিল সেই সকলৰ ভিতৰত বহু কেইজনে চিৰ জীৱনৰ কাৰণে হেৰুৱালে দৃষ্টি শক্তি । কিন্তু কিছু সংখ্যক লোকৰ মাজত এক নতুন ৰোগে দেখা দিছে যাৰফলত তেওঁলোকক বান্ধী চিকিৎসা প্ৰদান কৰিব লগীয়া হৈছে । পুৱাৰ পৰা সুৰা আসক্ত হোৱাৰ ফলত এই সকল ৰোগীৰ মাজত "with drawl symptom" নামৰ ৰোগে দেখা দিছে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান 96 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে । চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা অনুসৰি কোনো ৰোগী বৰ্তমান সংকটজনক অৱস্থাত নাই আৰু বিষাক্ত সুৰা সেৱন কৰা কোনো লোকৰ মৃত্যু হোৱা নাই।

উল্লেখযোগ্য যে বছৰ বছৰ সুৰা পান কৰাৰ ফলত প্ৰায় সংখ্যক ৰোগীৰ মাজত এতিয়া Hallucination ,Delirium আদিৰ দৰে বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিছে । যি সকল ৰোগীৰ শৰীৰত এইৰোগে দেখা দিছে সেইসকল ৰোগীৰ হাত ভৰিৰ কপনি,ভ্ৰম বকা আদিৰ অৱস্থাৰ সন্মুখীন হোৱা ৰোগৰ প্ৰতিফলনে মানসিক ৰোগ বিভাগত ভিৰ কৰিছেহি ।

শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি।।ডেৰশতাধীক কৈ অধিক লোকৰ প্ৰাণ গল যমদুত ৰূপী সুৰাৰ ফলত।।বহু লোক ঘুৰি আহিছে এক প্ৰকাৰৰ যমৰ ঘৰৰ পৰা।বৰ্তমানৰ অৱস্থাত যিসকল ভাগ্য বানৰ প্ৰাণ ৰক্ষা পৰিল সেই সকলৰ ভিতৰত বহু কেইজনৰ চিৰ জীৱনৰ কাৰনে হেৰুৱালে দৃষ্টি শক্তি।আনহাতে যিসকলে দৃষ্টি শক্তি হেৰুৱা নাই কিন্তু সেই সকলৰ ভিতৰত কিছু কিছু লোকৰ মাজত নতুন ৰোগ আহি পৰিছে।

যাৰফলত বান্ধীলৈ চিকিৎসা প্ৰদান কৰিবলগীয়া অৱস্থা আহি পৰিছে।পুৱাৰ পৰা সুৰা আসক্ত হোৱাৰ ফলত এই সকল ৰোগীৰ মাজত with draw symptom নামৰ ৰোগৰ।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৯৬ গৰাকী আছে।কোনো ৰোগী সংকটঃ জনক অৱস্থাত নাই আৰু যোৱা কালিৰ পৰা বিষাক্ত সুৰা সেৱন কৰা কোনো লোকৰ মৃত্যু হোৱা নাই।

উল্লেখযোগ্য যে বছৰ বছৰ ধৰি উদয়াঅষ্ট সময় লৈকে সুৰাৰ আসক্তি হোৱাৰ ফলত প্ৰায় সকল ৰোগীৰ মাজত এতিয়া হেল্লছিয়েন্সং,ডিলেৰীয়াম,ৰোগবোৰ দেখা দিছে।যি সকল ৰোগীৰ শৰীৰত এইৰোগ দেখা দিছে সেই সকল ৰোগীৰ হাত ভৰিৰ কপনি,ভ্ৰম বকা,স্থান, প্ৰাত,কালৰ জ্ঞান নথকা আদিৰ অৱস্থাৰ সন্মুখীন হোৱা ৰোগৰ প্ৰতিফলনে মানসিক ৰোগ বিভাগ ভিৰ কৰিছেহি।
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ বিশেষজ্ঞ ডঃ পল্লৱ ভট্টাচাৰ্য্য লগত যোগাযোগ কৰাত এক ভয়ানক ছৱি আহি পৰিছে।

byte:ডঃ পল্লৱ ভট্টাচাৰ্য।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.