যোৰহাট , 24 আগষ্টঃ শুকুৰবাৰে নিশা স্বামীৰ প্ৰৱঞ্চনাৰ বাবে মৰিয়নী জংচনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মহিলা গৰাকীৰ অভিযোগ অনুসৰি 14 তাৰিখে নিশা তেওঁক স্বামীয়ে সন্তান সম্ভৱা অৱস্থাত মৰিয়নী জংচনত এৰি থৈ গৈছিল ।
মৰিয়নী ৰেলৱে জংচনত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ
14 তাৰিখে নিশা তেওঁক স্বামীয়ে সন্তান সম্ভৱা অৱস্থাত মৰিয়নী জংচনত এৰি থৈ যায় । আৰু তাৰ পাচতে শুকুৰবাৰে নিশা মহিলাগৰাকীয়ে মৰিয়নী জংচনৰ চৌহদতে এটি কন্যা সন্তান জন্ম দিয়ে৷
ৰেলৱে জংচনত সন্তান প্ৰসৱ এগৰাকী মহিলাৰ
যোৰহাট , 24 আগষ্টঃ শুকুৰবাৰে নিশা স্বামীৰ প্ৰৱঞ্চনাৰ বাবে মৰিয়নী জংচনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মহিলা গৰাকীৰ অভিযোগ অনুসৰি 14 তাৰিখে নিশা তেওঁক স্বামীয়ে সন্তান সম্ভৱা অৱস্থাত মৰিয়নী জংচনত এৰি থৈ গৈছিল ।
Intro:Mariani Child born at platform
স্বামীৰ প্ৰবঞ্চনাৰ বাবে ৰেলৱে জংচনতে সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই।
স্বামীৰ প্ৰবঞ্চনাৰ বাবেই মৰিয়নী জংচনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা ১৮ তাৰিখে নিশা সন্তানসম্ভৱা পত্নীক নিজ স্বামীয়ে মৰিয়নী জংচনত প্ৰবঞ্ছনা কৰি এৰি থৈ যায়। মহিলাগৰাকীয়ে বহু পলমকৈ তেওঁৰ স্বামী আলাউদ্দিনে পৰস্ত্ৰী লৈ পলায়ন কৰাৰ কথা গম পোৱাত উপায়বিহীন হৈ ষ্টেচনতে থকাৰ সিদ্ধান্ত লয়। যোৱা নিশা মহিলাগৰাকীয়ে মৰিয়নী জংচনৰ চৌহদতে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে। পৰৱৰ্তী সময়ত সাংবাদিক আৰু সচেতন লোকৰ তৎপৰতা মহিলাগৰাকী আৰু নৱজাতক সন্তানটিক মৰিয়নী চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰোৱাই।
Bite
Ranjit Borah
Mariani.Body:Mariani Child born at platform

Mariani.Conclusion:

Last Updated : Aug 24, 2019, 1:14 PM IST