ETV Bharat / state

শান্ত হ'ল বালিজানৰ অশান্ত হাতীটো - বন বিভাগ

বাবলি সিং নামৰ লোকজনৰ ঘৰচীয়া হাতীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহত কৰিছিল দুগৰাকীকৈ লোকক ৷

অৱশেষত সংজ্ঞাহীন বালিজানৰ ঘৰচীয়া হাতীটো
author img

By

Published : Apr 17, 2019, 11:26 PM IST

তিতাবৰ, 17 এপ্ৰিলঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত বালিজানত সন্তাসৰ সৃষ্টি কৰা বলিয়া হাতীটোক সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় বন বিভাগ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এটা দলে হাতীটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷

অৱশেষত সংজ্ঞাহীন বালিজানৰ ঘৰচীয়া হাতীটো
বিগত তিনিদিন ধৰি সন্তাসৰ সৃষ্টি কৰি আহিছিল এইটো ঘৰচীয়া হাতীয়ে ৷ হাতীটোৰ উপদ্ৰৱৰ ফলত বিগত দুই উজাগৰী নিশা পাৰ কৰিছিল বালিজানৰ ৰাইজে ৷ আনহাতে হাতীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ইছলাম আলী আৰু পেটুৱা চুতীয়া নামৰ দুগৰাকী লোক ৷

অৱশেষত বৰহোলা আৰক্ষীৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বন বিভাগৰ দলে হাতীটো সংজ্ঞাহীন কৰিবলৈ সক্ষম হয় ৷ বন বিষয়া বীৰেন পেগুৰ নেতৃত্বত অহা দলে হাতীটো সংজ্ঞাহীন কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ৷

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বালিজানত সন্তাসৰ সৃষ্টি কৰা বলিয়া হাতীটোক কৰায়ত কৰিবলৈ সক্ষম হয় বন বিভাগ।এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দলে আহি টেঙকোলাইজ কৰি হাতী টো কৰায়ত কৰে।

Body:তিতাবৰ বালি জানত যোৱা তিনি দিন পৰা সন্তাসৰ সৃষ্টি কৰা হাতী টোক কৰায়ত কৰে বন বিভাগৰ এটা দলে ইয়াৰ নেতৃত্বত বহন কৰিছিল বিৰেন পেগু ।যোৱা দুই দিন ধৰি বালিজান ৰাইজে উজাগৰে নিশা কটাব লগা হৈছে ।হাতীটোবে আহত কৰিলে ইনলাম আলি আৰু পেটুৱা চুতীয়া নামৰ লোক দুই জনক । আজি বনবিভাগ বৰহোলা আৰক্ষী দলে সহযোগ কৰিছিল । Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.