ETV Bharat / state

প্ৰসূতি বিভাগত স্কুটি: মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

প্ৰসূতি বিভাগৰ ভিতৰত স্কুটি পাৰ্কিং ৷ মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু ৰোগীৰ পৰিয়ালৰ মাজত এক উত্তপ্ত পৰিস্থিতি ৷ ববিতা ভূঞা নামৰ নাৰ্ছ গৰাকীৰ বিৰুদ্ধে অভিযোগ

author img

By

Published : May 20, 2019, 3:08 PM IST

প্ৰসূতি বিভাগত স্কুটি

মৰিয়নী, 20 মে’: প্ৰসূতি বিভাগৰ ভিতৰত স্কুটি পাৰ্কিং কৰাক লৈ মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু ৰোগীৰ পৰিয়ালৰ মাজত এক উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসালয়খনত দেওবাৰে বিয়লী মৰিয়নী নিবাসী কিংশুক দাসৰ পত্নীৰ এটি সন্তান জন্ম হয়। মাতৃ আৰু সদ্যোজাত শিশুক চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ তত্বাৱধানত ৰখা হৈছিল ।

প্ৰসূতি বিভাগত স্কুটি

কিন্তু নিশা কৰ্তব্যৰত ববিতা ভূঞা নামৰ নাৰ্ছ গৰাকীয়ে নিজে চলাই অহা AS-03X-8923 নম্বৰৰ স্কুটিখন মাতৃ আৰু সদ্যজাত শিশু থকা প্ৰসূতি বিভাগৰ ভিতৰত থয়। ইয়াকে লৈ নাৰ্ছগৰাকী আৰু ৰোগীৰ পৰিয়ালৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

Intro:মৰিয়নী ক্ষুদ্র প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাৰ্ছৰ কাণ্ডজ্ঞানহীন কাৰ্য।
Body:মৰিয়নী ক্ষুদ্র প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাৰ্ছৰ কাণ্ডজ্ঞানহীন কাৰ্য।

মৰিয়নী নগৰত অৱস্থিত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা নিশা এগৰাকী কৰ্মৰত নাৰ্ছৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই ৰাইজৰ চকু কপালত তুলিছে। জানিব পৰা মতে মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কালি বিয়লি মৰিয়নী নিবাসী কিংশুক দাসৰ পত্নীৰ এটি সন্তান জন্ম হয়।মাতৃ আৰু সদ্যজাত শিশুক চিকিৎসালয় খনৰ প্ৰসুতি বিভাগত তত্বাৱধানত ৰখা হৈছিল। নিশা কৰ্তব্যৰত ববিতা ভূঞা নামৰ নাৰ্ছ গৰাকীয়ে নিজে চলাই অহা AS03X 8923 নম্বৰৰ স্কুতি খন মাতৃ আৰু সদ্যজাত শিশু থকা প্ৰসুতি বিভাগৰ ভিতৰত থয়। যাৰ ফলত নাৰ্ছ গৰাকী আৰু ৰোগীৰ পৰিয়ালৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই সন্দৰ্ভত পৰিয়ালৰ লোকে এইদৰে জানিব দিয়ে।
Bite

Ranjit Borah
Mariani.
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.