ETV Bharat / state

দ্বিতীয় দিনাও অব্যাহত যোৰহাটৰ উচ্ছেদ অভিযান

নগৰখনৰ ব্যস্ততাপূৰ্ণ অঞ্চলসমূহৰ পদ -পথত বহা অবৈধ দোকানসমূহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ চহৰখনত দিনে দিনে বৃদ্ধি পাই আহিছে যান -বাহন , ইয়াৰ লগে লগে বৃদ্ধি পাইছে যান-জঁট ৷ চহৰ খনৰ মাজ-মজিয়াত সৃষ্টি হোৱা যান-জঁট হ্ৰাস কৰিবৰ বাবেই যোৰহাট যান-বাহন আৰক্ষীৰ এই অভিযান ৷

EVICTION CONTINUES
author img

By

Published : Apr 25, 2019, 7:31 PM IST

যোৰহাট ,25 এপ্ৰিল : দ্বিতীয় দিনাও অব্যাহত যোৰহাটৰ যান-বাহন আৰক্ষীৰ উচ্ছেদ অভিযান ৷ পদ পথৰ অস্থায়ী দোকান উচ্ছেদ কৰে যোৰহাট যান-বাহন আৰক্ষীয়ে ৷

লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ যোৰহাট আৰক্ষীৰ উচ্ছেদ অভিযান

যোৰহাট নগৰখনত দিনক-দিনে বৃদ্ধি পাই আহিছে যান -বাহন ৷ যান-বাহনৰ উপৰিও নগৰৰ ব্যস্ততাপূৰ্ণ পদ পথৰ কাষৰ অবৈধ ভাৱে স্থাপন কৰা দোকান সমূহেও যান-জঁট বৃদ্ধি হোৱাত অৰিহণা যোগায় আহিছে । যাৰ ফলতে একাংশ পদ পথৰ দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযানত নামিল যোৰহাট আৰক্ষী । ইয়াৰ উপৰি পাৰ্কিঙৰ ক্ষেত্ৰতো আইন মতে পদক্ষেপ গ্ৰহণ কৰিব বুলি যোৰহাট যান-বাহন আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰে ।

দ্বিতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.