ETV Bharat / state

মৃত্যু হ'ল বালিজানৰ গজৰাজৰ - mad elephant

উন্মাদ হৈ পৰা হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ কিছু দিনৰ পূৰ্বে ট্ৰেংকুইলাইজাৰ প্ৰয়োগ কৰিছিল বন বিভাগে ৷ কিন্তু শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় হাতীটোৱে

মৃত্যু হ'ল বালিজানৰ গজৰাজৰ
author img

By

Published : Apr 27, 2019, 11:46 AM IST

তিতাবৰ, 27 এপ্ৰিল : অৱশেষত মৃত্যুক সাৱটিলে তিতাবৰৰ বালিজানৰ হাতীটোৱে ৷ উন্মাদ হৈ পৰা হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ কিছু দিনৰ পূৰ্বে ট্ৰেংকুইলাইজাৰ প্ৰয়োগ কৰিছিল বন বিভাগে ৷

মৃত্যু হ'ল বালিজানৰ গজৰাজৰ

কিন্তু শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় হাতীটোৱে ৷ স্থানীয় ৰাইজৰ অভিযোগমতে মাউতে সঠিক সময়ত খাদ্যৰ যোগান নধৰা বাবেই মৃত্যু হৈছে হাতীটোৰ ৷ মৰণোত্তৰ পৰীক্ষাৰ পাচতে শনিবাৰে সৎকাৰ কৰা হ'ব হাতীটোৰ ৷

Intro:তিতাবৰ মহকুমা অন্তৰ্গত বালিজানত বলিয়া হোৱা হাতীটো অবশেষদ মৃত্যু হল। বন বিভাগে বলীয়া হাতীটোক আজি কিছু দিনৰ আগত টি্নকোলাইজ কৰিছিল বন বিভাগে ।কিন্তু যোৱা নিশা মৃত্যু হল হাতীটোৰ । স্থানীয় ৰাইজে জনোৱা মতে মাউত খোৱা খাদ্য যোগদান নধৰাৰ বাবে মৃত্যু হোৱা কথা জনাইছে।Body:তিতাবৰ বাবলি সিং ৰ হাতী টো অবশ্যে ত মৃত্যু হয় । যোৱা কেইদিনমান আগতে বন বিভাগে টংকুলাইজ কৰিছিল ।হাতীৰ মাউতে খাদ্য যোগদান নধৰাৰ বাবে মৃত্যু হোৱা কথা জনাইছে স্থানীয় ৰাইজে। হাতী টোক p, m কৰোৱা পাছ পোতা হৱ । দহ দিন নখোব কৈ ৰাখিছিল হাতীটোক মাউতে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.