যোৰহাট, 30 ছেপ্টেম্বৰ : আহিন,মানেই এটা শাৰদীয় মাহ ৷ কিন্তু এইবাৰ ব্যক্তিক্ৰম এই শাৰদীয় বতৰ ৷ আহিন মানেই যেন সজল ধৰা, সেউজীয়া পথাৰ, কৃষকৰ সপোনৰ পথাৰ, মুক্ত মনে উৰি ফুৰা ঝিঞাৰ জাক, নৈৰ পাৰৰ কঁহুৱা ৷
![এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8990715_imagewwww.jpg)
![এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8990715_image1.jpg)
উল্লেখযোগ্য যে এইবাৰ জিলা প্ৰশাসনে শাৰদীয় দুৰ্গা পূজাত প্ৰতিমা সমুহৰ উচ্চতা পাচ ফুটতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰিব নোৱাৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ এতিয়া দুৰ্গা দেৱীৰ প্ৰতিমাত পূৰ্বৰ সেই জাকজমকতাও নোহোৱা হোৱা পৰিলক্ষিত হৈছে ।
![প্ৰতিমা সমূহ 5 ফুট উচ্চতাৰ হ’ব লাগিব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8990715_image.jpg)
![এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8990715_image2.jpg)
লগতে পঢ়ক :দুদিন ধৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে পৰি ৰ'ল ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ