ETV Bharat / state

নন্দনাথ শইকীয়া মহাবিদ্যালয়ত নষ্টালজিক তৰুণ গগৈ - নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠান

শুকুৰবাৰে সামৰণি পৰিব লগা তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নতুন পুৰণিৰ মিলন ভূমিলৈ পৰিণত হ'ল মহাবিদ্যালয়খনৰ বাকৰি ৷

নষ্টালজিক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Oct 4, 2019, 1:06 PM IST

তিতাবৰ , 4 অক্টোবৰঃ শুকুৰবাৰে সামৰণি পৰিব তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ ৷ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে গছ কটা বন্ধ কৰা , নাৰী নিৰ্যাতন বন্ধ কৰাৰ বাবে ৰাজ্যবাসীলৈ অনুৰোধ আৰু বাৰ্তা প্ৰেৰণ কৰে ছাত্ৰ- ছাত্ৰী সকলে ৷ নতুন পুৰণিৰ মিলন ভূমিলৈ পৰিণত হোৱা নন্দনাথ শইকীয়া মহাবিদ্যালয়ত শুকুৰবাৰে উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি আনন্দিত হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷

নষ্টালজিক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

লগতে পঢ়কঃ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

Intro:আজি তিতাবৰ নন্দনাথ শইকীয়া হীৰক জয়ন্তী সামৰণি অনুষ্ঠান । আজি তিতাবৰ হীৰক জয়ন্তী ত উলিয়াও শুভ যাত্ৰাত শিক্ষক ছাএ সকলৰ অংশ গ্ৰহণ। আজি এই শোভাযাত্ৰা ত মহাবিদ্যালয় প্ৰাংগণৰ পৰা পৰা তিতাবৰ ষ্টেডিয়ামলৈ লৈ যায়। এই শোভা যাত্ৰাত ছাত্র সমাজে অসম বাসী ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে গছ ধ্বংস বন্ধ কৰক ,নাৰী নিৰ্যাতন বন্ধ কৰক। বিভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে।Body:আজি এই হীৰক জয়ন্তী অনুষ্ঠান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ উপস্থিত হয় এই হীৰক জয়ন্তী নতুন পুৰণি মিলন ভূমি হৈ পৰিল নন্দনাথ শইকীয়া কলেজ । অতি পুৰণি দিনৰ কলেজৰ কথা ৰূমন্দন কৰি আনন্দিত হৈ পৰে তৰুণ গগৈ। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.