টীয়ক,6 জুনঃ মহাপুৰুষ মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী । মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো অনুষ্টুপীয়াকৈ পালন কৰা হয় এই জন্ম-জয়ন্তী । COVID-19ৰ ভয়াৱহতাৰ বাবেই এইবাৰ আগৰ দৰে উলহ মালহেৰে পালন নহ'ল গুৰুজনাৰ জন্ম জয়ন্তী। মাত্ৰ কেইজনমান ভকতেৰে বৰনামঘৰৰ মণিকূটৰ চাৰিওদিশে ভাগৱত ভ্ৰমণ কৰি চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে জন্ম জয়ন্তী পালন কৰে আৰু লগতে বিশ্ব বাসীৰ সু-স্বাস্থ্য কামনাৰে অক্ষয় বন্তিত তেল আৰু ৰাজহুৱা শৰাই আগবঢ়ায় ।
ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী উদযাপন - teok madhabdev janmojayanti
মহাপুৰুষ মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী । মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত শনিবাৰে অনুষ্টুপীয়াকৈ পালন কৰা হয় জন্ম জয়ন্তী ৷