ETV Bharat / state

অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ - অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ

টীয়কত শ শ কংগ্ৰেছী নেতা কৰ্মীৰ প্ৰতিবাদ ৷ অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ(Congress to protest against Agnipath scheme in Teok) ৷

Congress to protest against Agnipath scheme in Teok
অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jun 29, 2022, 9:08 PM IST

টীয়ক, 29 জুন : কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে গ্ৰহণ কৰিছে ‘অগ্নিপথ আঁচনি'(Govt announces Agnipath recruitment scheme for armed forces) । কিন্তু এই ‘অগ্নিপথ আঁচনি'(Agnipath recruitment 2022)ক কেন্দ্ৰ কৰি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী(Protest against Agnipath scheme) ।

অগ্নিপথ আঁচনি বাতিলৰ দাবীত টীয়কত কংগ্ৰেছৰ প্ৰতিবাদ

সমান্তৰালভাৱে অসমতো এই আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ৷ ইফালে, 'অগ্নিপথ' আঁচনি বাতিলৰ দাবীত টীয়কত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে (Congress to protest against Agnipath scheme in Teok)৷

বিজেপি চৰকাৰৰ বিৰোধিতাৰে তথা বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিকূল বতৰকো নেওচি অগ্নিপথ আঁচনিৰ বিৰোধিতাৰে টীয়ক সমষ্টিৰ কংগ্ৰেছ দলৰ কলিয়াপানী ব্লক আৰু চিপাহীখোলা ব্লকে টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৷

লগতে পঢ়ক : অগ্নিপথ আঁচনি বাতিলৰ দাবীত বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.