ETV Bharat / state

অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি

অসমতে বন্ধৰ তালিকাত স্থান নাপালে অসমীয়াৰ জাতীয় আৱেগ বিহুৱে ৷ যোৰহাটৰ New Alo Chhaya নামৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানে উলিওৱা নৱবৰ্ষৰ কেলেণ্ডাৰৰ বন্ধৰ তালিকাত স্থান নাপালে ৰঙালী আৰু হেঁপাহৰ ভোগালী বিহুৱে ৷

Celendar conflict in Jorhat
অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি
author img

By

Published : Jan 18, 2020, 4:43 PM IST

যোৰহাট,18 জানুৱাৰীঃ গভীৰ সংকটৰ গৰাহত অসমৰ ভাষা-সংস্কৃতি ৷ বাৰ্ষিক বন্ধৰ তালিকাত নাই বাপতি সাহোন বিহুৰ বন্ধ ৷ ইয়াৰ বিপৰীতে বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল বঙালী নৱবৰ্ষ ৷ অসমীয় জাতিৰ সন্ধিক্ষণৰ সময়তেই এই ঘটনাই ক্ষোভিত কৰিছে সকলোকে ৷ উল্লেখ্য যে যোৰহাটৰ New Alo Chhaya নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে উলিওৱা নৱবৰ্ষৰ কেলেণ্ডাৰৰ বন্ধৰ তালিকাত স্থান নাপালে ৰঙালী আৰু হেঁপাহৰ ভোগালী বিহুৱে ৷

অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি

আনহাতে এই ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ এটা সঁজাতি দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি যোৰহাট জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ উল্লেখ্য যে এই ভুল জানি বুজি কৰা ভুল নে প্ৰিন্টিঙত কৰা ভুল সেই বিষয়ে এতিয়াই স্পষ্ট হোৱা নাই ৷

আৰু পঢ়কঃনাগালেণ্ড,অৰুণাচল,মণিপুৰ,মিজোৰামৰ দৰে ত্ৰিপুৰাক CAA ৰ পৰা দূৰত ৰাখকঃ জগদীশ দেৱবৰ্মা

Intro:অসমীয়া ভাষাৰ ধংসজগ্গ আৰম্ভ।।বন্ধৰ তালিকাত স্হান নাপালে বাপুতি সাহোন বহাগৰ বিহুৱে।Body:ইতি পৰিব নেকি অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতি । অসমীয়া ভাষা আৰু অসমীয়া জাতি সংকটৰ সময়ত যোৰহাটৰ New Alo - Chhaya নামৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানে উলিওৱা নৱবৰ্ষৰ কেলেণ্ডাৰত বন্ধৰ তালিকাত স্থান নাপালে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু আৰু ভোগালী বিহুৱে । স্থান পালে বেংগলী নৱবৰ্ষই । এই ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ এটা সজাতি দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে যোৰহাট জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।Conclusion:এইয়া জানি বুজি কৰা ভুল নে পিন্টিংৰ ভুল।ইয়াক লৈ তীব্ৰ ক্ষুভিত হৈ পৰিছে যোৰহাটৰ সচেতন নাগৰিক মহল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.