ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক - টীয়ক মহকুমা সমিতি

কৃষক নেতা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী নেতাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বুধবাৰে উত্তাল হৈ পৰে টীয়ক ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক মহকুমা সমিতিৰ লগতে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে ৷

CAA protest at Teok
অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টিয়ক
author img

By

Published : Dec 25, 2019, 6:02 PM IST

Updated : Dec 25, 2019, 6:13 PM IST

টীয়ক, 25 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে আজিও উত্তাল সমগ্ৰ ৰাজ্য ৷ টীয়কত কৃষক মুক্তিয়ে কঁপাই প্ৰতিবাদেৰে তোলে সমগ্ৰ অঞ্চল ৷ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী নেতাক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত বুধবাৰে টীয়কত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক মহকুমা সমিতিৰ লগতে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে । লগতে এই আইনৰ বিৰোধী প্ৰতিবাদী কন্ঠক এনেদৰে হকে-বিহকে ৰুদ্ধ কৰিবলৈ চৰকাৰে চলোৱা এই চেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

আৰু পঢ়কঃ অসমীয়াই CAA নামানে ! একেই গতিৰে চলিয়েই আছে প্ৰতিবাদ

Intro:Body:টীয়কত প্ৰতিবাদী কৃষক মুক্তি, অসম প্ৰেমীয়ে উত্তাল কৰিলে পৰিৱেশ
TEOK:চৰকাৰে ষড়যন্ত্ৰ মুলক ভাৱে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী নেতাক বিনা স্বত্বে মুক্তি দিয়াৰ দাবীত বুধবাৰে টীয়কত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়ক মহকুমা সমিতিৰ লগতে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে । প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লগান দিয়াৰ লগতে কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে ।লগতে কা ৰ বিৰোধী প্ৰতিবাদী কন্ঠক এনেদৰে হকে বিহকে ৰুদ্ধ কৰিবলৈ চৰকাৰে চলোৱা এই চেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।Conclusion:
Last Updated : Dec 25, 2019, 6:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.