যোৰহাট,২ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ।
টীয়কত বিজেপিৰ বাইক ৰেলী - বিজেপি
বিজেপিৰ জয় নিশ্চিত বুলি দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
যোৰহাট,২ মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ।
টীয়কত নিৰ্বাচনৰ ৰণডংগা বজালে বিজেপিয়ে / বিনামূলীয়া চাউল বিতৰণ আৰু মহা বিজয় ৰেলী
পাকিস্তানৰে যুদ্ধ সূচনা কৰাৰ সমন্তাৰলকৈ ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ সুযোগ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে যেন আৰম্ভ কৰি দিছে আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ ।টীয়কতো শনিবাৰে জাঁজী দলংৰ সমীপৰ পৰা উলিওৱা হয় মহা বাইক ৰেলি ।অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই আনুষ্ঠানিকভাবে উদ্বোধন কৰা এই ৰেলি টীয়কৰ গাঁৱ অঞ্চলৰ মাজেৰে গৈ মেলেংত সামৰণি পৰে ।
Byte 1-সাংসদ
ইপিনে একে দিনাই চৰকাৰে প্ৰবৰ্ত্তন কৰা বিনামূলীয়া চাউল আৰু এটকীয়া চাউলৰ আঁচনিৰো টীয়কৰ সমবায় সমিতিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে পালিত কুমাৰ বৰাই।জিলা সভাপতিকে ধৰি দলীয় নেতৃত্ব তথা টীয়কৰ কেইবাজনো গণ্য মান্য ব্যক্তিৰ উপস্থিতত হিতাধীকাৰীৰ হাতত চাউলৰ বস্তা তুলি সকলো হিতাধিকাৰীয়ে এই আচঁনিসমূহৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে আৰু প্ৰকৃত হিতাধীকাৰীকহে অন্তৰ্ভূক্ত কলিবলৈ সমবায়সমূহক আহ্বান জনায়।
Byte 2-পালিত কুমাৰ বৰা