ETV Bharat / state

ৰায়দাংজুৰিত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি - বিহু নৃত্যৰ প্ৰশিক্ষণ

ৰাইদাংজুৰি জাতীয় বিদ্যালয় প্ৰাংগনত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ

ৰঙালীক আদৰাৰ প্ৰস্তুতি
author img

By

Published : Apr 13, 2019, 8:23 AM IST

যোৰহাট, 13 এপ্ৰিল : চেনেহৰ ৰঙালীলৈ মাজত মাথো এটা দিন ৷ ৰঙালীক আদৰিবলৈ সাজু প্ৰতিগৰাকী অসমীয়া । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাবাট ৰায়দাংজুৰিতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ নগাবাটত বিহুৰ আখৰাত ব্যস্ত ডেকা-গাভৰুসকল ৷ ৰাইদাংজুৰি জাতীয় বিদ্যালয় প্ৰাংগনত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ । নৱ প্ৰজন্মৰ মাজত অসমীয়া কলা-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

Intro:সমগ্ৰ ৰাজ্যৰ লগতে এতিয়া নগাবাট ৰায়দাংজুৰি চলিছে ৰঙালী ক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাবাট ব্যস্ত বিহুৰ আখৰাত ।Body:অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাএ এটা দিন বাকী ।সেয়ে ৰঙালীক আদৰাৰ বাবে এতিয়া সাজু প্ৰতি জন অসমীয়া ।সমগ্র ৰাজ্য সমান তৰাল কৈ এতিয়া নগাবাট চলিছে বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ।ৰাইদানজুৰি জাতীয় বিদ্যালয়ৰ প্ৰাগঙ্গন চলছে সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ ।নৱ প্ৰজন্মৰ মাজত অসমীয়া কলা সংস্কতি জীয়াই ৰাখিব বাবে এই প্ৰয়াস।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.