ETV Bharat / state

অসম মহিলা বিশ্ববিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ - অসম মহিলা বিশ্ববিদ্যালয়

নতুন উপাচাৰ্য নিযুক্তিৰে উৎসৱমুখৰ পৰিৱেশ অসম মহিলা বিশ্ববিদ্যালয়ত৷ বহু প্ৰতিবাদৰ অন্তত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ডঃ মালিনী গোস্বামীক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে ৷

অসম মহিলা বিশ্ববিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ
author img

By

Published : Sep 13, 2019, 11:30 PM IST

Updated : Sep 13, 2019, 11:48 PM IST

যোৰহাট,13 চেপ্তেম্বৰঃ নিযুক্তি দিয়া হ’ল অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য| তাকে লৈ বিশ্ববিদ্যালয়খনত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ৷ ২০১৪ চনৰ ১১ ছেপ্টেম্বৰৰ দিনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দুৱাৰ মুকলি কৰিছিল বিশ্ববিদ্যালয়খনৰ৷ প্ৰতিষ্ঠাকালৰে পৰা স্থায়ী উপাচাৰ্য নোহোৱাকৈয়ে বিশ্ববিদ্যালয়খনৰ চাৰিটাকৈ ছাত্ৰীৰ বেট্চ ওলাই গৈছে৷ বহু প্ৰতিবাদৰ অন্তত
ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ডঃ মালিনী গোস্বামীক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে৷ উল্লেখযোগ্য যে ডঃ মালিনী গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী৷

অসম মহিলা বিশ্ববিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ
নতুন উপাচাৰ্যৰ নিযুক্তিৰে অসম মহিলা বিশ্ববিদ্যালয়ে অসমৰ শিক্ষা ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি সকলো আশাবাদী৷

Intro:অসম মহিলা বিশ্ববিদ্যালয়ত এতিয়া উৎসৱমুখৰ পৰিৱেশ।Body:
উদুলি মুদুলি এতিয়া মহিলা বিশ্ববিদ্যালয়ৰ চৌহদ।আনন্দত আত্মহাৰা প্ৰায় পাচ শতাধিক ছাত্ৰী।২০১৪ চনৰ ১১ ছেপ্টেম্বৰ দিনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দ্বাৱৰ মুকলি কৰা ৰাজ্যৰ প্ৰথম খন মহিলা বিশ্ববিদ্যালয়ত এতিয়া উৎসৱমুখৰ পৰিৱেশ।
প্ৰতিস্হাকালৰ পৰা নাছিল স্থায়ী উপাচাৰ্য নথকা বিশ্ববিদ্যালয়খনৰ পৰা ইতিমধ্যে চাৰিটিকৈ ছাত্ৰীৰ বেষ্ট উলাই গৈছে।
বহু প্ৰতিবাদৰ শেষত শুখৱৰ আহিল ৰাজ্যৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়লৈ।
ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে নিযুক্তি দিলে উপাচাৰ্য।ডঃ মালিনী গোস্বামী অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছৰৰে পৰা এতিয়া পৰিৱেশ অন্যান্য হৈ পৰিছে মহিলা বিশ্ববিদ্যালয়খনত। উল্লেখযোগ্য যে ডঃ মালিনী গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী।।Conclusion:শেষ ভালেই সকলো ভাল হোৱাৰ দৰে মহিলা বিশ্ববিদ্যালয়খনত উপাচাৰ্য নিযুক্তি কৰি ৰাজ্য চৰকাৰে উচিত সিদ্ধান্ত ললে।মহিলা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰক অসম মহিলা বিশ্ববিদ্যালয়ে।
Last Updated : Sep 13, 2019, 11:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.