ETV Bharat / state

Development of Satras: যোৰহাটত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল

author img

By

Published : Jul 22, 2022, 10:51 PM IST

যোৰহাটত বিগত ২১ জুলাইত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দল উপস্থিত হৈ তিতাবৰৰ কমলাবাৰী সত্ৰ (Kamalabari Satra at Titabor), ভোগপুৰ সত্ৰ আৰু কৰটিপাৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহৰ সুবিধা অসুবিধাৰ সন্দৰ্ভত বুজ লয় ৷

যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দল

যোৰহাট, 22 জুলাই: যোৰহাটত বিগত ২১ জুলাইত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দল উপস্থিত হৈ তিতাবৰৰ কমলাবাৰী সত্ৰ (Kamalabari Satra at Titabor) , ভোগপুৰ সত্ৰ আৰু কৰটিপাৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰসমূহৰ সুবিধা অসুবিধাৰ সন্দৰ্ভত বুজ লয় ৷

আয়োগৰ অধ্যক্ষ তথা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ (MLA Pradip Hazarika) নেতৃত্বত আয়োগৰ সদস্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে সদস্য সচিব প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ উপস্থিতিত সত্ৰসমূহৰ উন্নয়ন সম্পৰ্কত এখন আলোচনা সভাত অংশ গ্ৰহণ কৰে (Development of Satras) ৷

জানিব পৰা মতে, এই অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দলটো মাত্ৰ দুদিনীয়া ভ্ৰমণসূচী লৈ যোৰহাটলৈ আহিছে (Assam Satra Land Issues Monitoring and Verification Commission team) ৷ সত্ৰসমূহৰ সুবিধা অসুবিধা, ইতিহাস, ভূমি বেদখল সম্পৰ্কীয় সমস্যা, আৰ্থিক সমস্যা, মাটি-বাৰী আদি বিষয়ে সভাত বিষদভাৱে আলোচনা কৰা হয় ৷

এই সভাত যোৰহাট জিলাৰ সকলো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকি নিজ নিজ সত্ৰৰ সুবিধা অসুবিধা সম্পৰ্কে আয়োগক অৱগত কৰে ৷ সভাত অতিৰিক্ত উপায়ুক্ত( ৰাজহ) সত্যজিৎ চেতীয়া, চক্ৰবিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

আনহাতে, আয়োগৰ দলটোৱে ২২ জুলাইত যোৰহাটৰ কেইবাখনো সত্ৰ পৰিদৰ্শন কৰি সুবিধা অসুবিধাৰ বুজ লৈ পিছবেলা গুৱাহাটীলৈ ৰাওনা হয় ৷ এই দুদিনীয়া ভ্ৰমণসূচীত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ দলটোক পূব ৰাজহ চক্ৰ বিষয়া( সংলগ্ন) ভাস্কৰ জ্যোতি তালুকদাৰে প্ৰট'কল বিষয়া হিচাপে সংগ দি সহায় কৰে ৷

লগতে পঢ়ক: Meeting on flood damage: বৰপেটাত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.