যোৰহাট, 5 ছেপ্তেম্বৰঃ প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা ব্যক্তিগত খণ্ডত বিশ্বমানৰ আন্তঃগাঁথনিৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা অসম আৰ্দশ জাতীয় বিদ্যালয়ৰ প্ৰথমখন বিদ্যালয় যোৰহাটত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভা আৰু ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাসৰ মাজত হোৱা এক চুক্তি মৰ্মে বিদ্যালয়খন বৰ্তমান তৰাজানস্থিত ভেলী হাই একাডেমীৰ চৌহদত প্ৰতিষ্ঠাৰ বাবে স্থান নিৰ্বাচন কৰা হৈছে । উল্লেখ্য যে বিদ্যালয়খনত পহিলা জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব ৷ যোৰহাট সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আয়োজিত সংবাদ মেলত এই কথা ব্যক্ত কৰে সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷
যোৰহাটত স্থাপন হ'ব অসম জাতীয় আদৰ্শ বিদ্যালয় - Dr. Paramananda Rajbanshi
যোৰহাটত অসম জাতীয় আৰ্দশ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত । অসম সাহিত্য সভা আৰু "ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোৱৰণী শৈক্ষিক ন্যাস"ৰ মাজত চুক্তি সম্পন্ন ৷
যোৰহাট, 5 ছেপ্তেম্বৰঃ প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা ব্যক্তিগত খণ্ডত বিশ্বমানৰ আন্তঃগাঁথনিৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা অসম আৰ্দশ জাতীয় বিদ্যালয়ৰ প্ৰথমখন বিদ্যালয় যোৰহাটত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভা আৰু ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাসৰ মাজত হোৱা এক চুক্তি মৰ্মে বিদ্যালয়খন বৰ্তমান তৰাজানস্থিত ভেলী হাই একাডেমীৰ চৌহদত প্ৰতিষ্ঠাৰ বাবে স্থান নিৰ্বাচন কৰা হৈছে । উল্লেখ্য যে বিদ্যালয়খনত পহিলা জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব ৷ যোৰহাট সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আয়োজিত সংবাদ মেলত এই কথা ব্যক্ত কৰে সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷
অসম সাহিত্য সভা আৰু "ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোৱৰণী শৈক্ষিক ন্যাস"ৰ মাজত চুক্তি সম্পন্ন।।।
অসমীয়া ভাষাক এলাগী কৰাত ডাক বিভাগক তীব্ৰ গৰিহণা।।
সম্প্ৰতি অসমৰ শিক্ষা ব্যৱস্থাত চৰকাৰী খন্ডৰ বিদ্যালয়ৰ দুৰ্বল স্হিতি আৰু ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আগ্ৰাসনে অসমীয়া ভাষা-শিক্ষা তথা সাহিত্য-সংস্কৃতিৰ প্ৰতি কঢ়িয়াই আনিছে অশনি সংকেত।ডঃ পৰমানন্দ ৰাজবংশী।।
প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা ব্যক্তিগত খন্ডত বিশ্বমানৰ আন্ত:গাথনিৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা অসম আৰ্দশ জাতীয় বিদ্যালয়ৰ প্ৰথমখন বিদ্যালয় যোৰহাটত আৰম্ভণি কৰিব অসম সাহিত্য সভাই।
অসম সাহিত্য সভা আৰু ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোৱৰণী শৈক্ষিক ন্যাস ৰ মাজত হোৱা এক চুক্তি মৰ্মে বিদ্যালয় খন বৰ্তমান তৰাজানস্হিত ভেলী হাই এটাডেমীৰ চৌহদত প্ৰতিষ্ঠাৰ বাবে স্হান নিৰ্বাচন কৰা হৈছে।
পহিলা জানুৱাৰী পৰা পাঠদান আৰম্ভ হব।
যোৰহাট সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আয়োজিত সংবাদ মেলত সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে কয়।