ETV Bharat / state

যোৰহাটত গ্ৰেপ্তাৰ কৃষক নেতা অখিল গগৈ

author img

By

Published : Dec 12, 2019, 8:46 PM IST

Updated : Dec 12, 2019, 10:08 PM IST

সান্ধ্য আইন জাৰী হৈ থকা পাচতো অখিল গগৈ নেতৃত্বত প্ৰতিবাদ হৈ আছিল যোৰহাটত ৷ যাৰ পৰিপ্ৰেক্ষিতত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতা গৰাকীক

যোৰহাট
অ' মোৰ আপোনাৰ দেশ গাই যোৰহাটত প্ৰতিবাদ

যোৰহাট, 12 ডিচেম্বৰঃ যোৰহাটত গ্ৰেপ্তাৰ কৃষক নেতা অখিল গগৈ ৷ সান্ধ্য আইন জাৰী হৈ থকা পাচতো অখিল গগৈ নেতৃত্বত প্ৰতিবাদ হৈ আছিল যোৰহাটত ৷ যাৰ পৰিপ্ৰেক্ষিতত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক নেতা গৰাকীক ৷

যোৰহাটত গ্ৰেপ্তাৰ কৃষক নেতা অখিল গগৈ

উল্লেখ্য যে, কৃষক নেতা অখিল গগৈৰ নেতৃত্বত বৃস্পতিবাৰে সন্ধিয়া যোৰহাট উপায়ুক্ত কাৰ্যালয় সন্মুখত জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশে" গাই কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

Intro:Body:

JORHAT AKHIL GOGOI 

Conclusion:
Last Updated : Dec 12, 2019, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.