ETV Bharat / state

হোজাইত বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jun 23, 2020, 9:35 PM IST

হোজাইত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ ৷ হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

woman committed suicide in hojai
woman committed suicide in hojai

হোজাই,23 জুন : হোজাইৰ টেংৰীপাৰত ৰহস্যজনকভাবে মৃত্যুক আঁকোৱালি লয় এগৰাকী বিবাহিতা মহিলাই ৷ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ ৷ স্বামীগৃহৰ লোকে পৰিকল্পিতভাৱে মহিলাগৰাকীক হত্যা কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷

হোজাইত বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যু

আনহাতে মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলিহে মন্তব্য কৰিছে স্বামীগৃহৰ লোকে ৷ মহিলাগৰাকীৰ মূৰত আঘাতৰ চিন থকাত বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ স্বামীগৃহৰ লোকে দীৰ্ঘদিনৰ পৰা অত্যাচাৰ চলাই আছিল বুলি মহিলাগৰাকীৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ নীলবাগান আৰক্ষী পহৰা চকীত হোজাই থানাৰ আৰক্ষী বিষয়া গৌতম কুমাৰ উপস্থিত হৈ গোটেই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ আশ্বাস দিয়ে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷

লগতে পঢ়ক : অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.