ETV Bharat / state

হোজাইত কিশোৰী নিৰুদ্দেশ

author img

By

Published : Jun 9, 2019, 8:03 PM IST

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় তিনিআলি আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সৰ্ম্পকীয় এক এজাহাৰ দাখিল কৰে যদিও পাঁচদিন অতিক্ৰম কৰাৰ পাচতো কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী ।

EtV BHARAT

হোজাই ,9 জুন : পৱিত্ৰ ঈদৰ দিনাটোৰ পৰাই লংকাৰ উদালী গাঁৱৰ পৰা নিৰুদ্দিষ্ট হৈ আছে এগৰাকী কিশোৰী । কাকী জয়পুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী গৰাকী 5 জুনত নিজঘৰৰ পৰা সন্ধিয়া 6 মান বজাৰ পৰা সন্ধানহীন হয় । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় তিনিআলি আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সৰ্ম্পকীয় এক এজাহাৰ দাখিল কৰে যদিও পাঁচদিন অতিক্ৰম কৰাৰ পাচতো কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী । আনহাতে কিশোৰীগৰাকীৰ পৰিয়ালে গাঁৱৰে ছাদ্দাম হুচেইন নামৰ এজন যুৱকে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

Intro:ঈদৰ দিনাখনেই হোজাই জিলা লংকাৰ পৰা নিৰুদ্দিষ্ট অষ্টমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী।Body:ঈদৰ দিনাখনেই হোজাই জিলা লংকাৰ পৰা নিৰুদ্দিষ্ট অষ্টমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী।সন্ধান ওলোৱাত ব্যৰ্থ আৰক্ষী।

পৱিত্ৰ ঈদৰ দিনাখনেই লংকাৰ উদালী গাঁওৰ পৰা নিৰুদ্দিষ্ট হয় এগৰাকী কিশোৰী।কাকী জয়পুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীত অধ্যয়ণ কৰি থকা ছাত্ৰী গৰাকী ৫জুনৰ ঈদৰ দিনাখন নিজঘৰৰ পৰায়েই সন্ধ্যা ৬মান বজাত নিৰুদ্দেশ হৈ পৰে।এই সন্দৰ্ভত কিশোৰী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে লগে লগেই স্থানীয় তিনিআলি আৰক্ষী পহৰা চকীত নিৰুদ্দেশ সৰ্ম্পকীয় এক এজাহাৰ দাখিল কৰে যদিও আজি ৫দিন অতিক্ৰম কৰাৰ পাছতো কিশোৰীগৰাকীৰ সন্ধান ওলিওৱাত ব্যৰ্থ হয় আৰক্ষী।ইপিনে, কিশোৰী ছাত্ৰীগৰাকীৰ পৰিয়ালে গাঁওৰে ছাদ্দাম হুচেইন নামৰ এজন লৰায়ে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰিচে যদিও আৰক্ষীয়ে সম্পূৰ্ণ গা এৰা মনোভাৱেৰে তদন্ত অব্যাহত আছে বুলি বিগত ৫টা দিনে আভূৱা ভাৰি অহাৰ অভিযোগ উঠিচে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.