ETV Bharat / state

হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালীত নাৰকীয় ঘটনা - হাতিখালি

বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ভণ্ড প্ৰেমিকে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত হাতিখালী গাঁৱৰ লম্পট ইছলাম উদ্দিনৰ বিৰুদ্ধে ১৩ জুলাইত ভুক্তভোগীয়ে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷

হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী নাৰকীয় ঘটনা
author img

By

Published : Jul 25, 2019, 1:11 PM IST

হোজাই, 25 জুলাই: হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী গাঁৱত বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ভণ্ড প্ৰেমিকে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ উঠিছে । ঘটনা সন্দৰ্ভত হাতিখালী গাঁৱৰ লম্পট ইছলাম উদ্দিনৰ বিৰুদ্ধে ১৩ জুলাইত ভুক্তভোগীয়ে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষী প্ৰশাসনৰ নিৰৱ ভূমিকাত হোজাই জিলা খনত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা । এই অভিযোগ নবালিকাৰ পৰিয়াল আৰু স্থানীয় দল সংগঠনৰ । হোজাই জিলাৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ধৰ্ষণ ঘটনা । ৰহস্যজনকভাৱে বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰা নাই এই জঘন্য অপৰাধৰ মূল অভিযুক্ত লম্পট ইছলাম উদ্দিনক ।

ETV BHARAT ASSAM
হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী নাৰকীয় ঘটনা

আনহাতে মোৰাঝাৰ আৰক্ষী বিষয়াই দেৱস্থান উপ আৰক্ষী বিষয়াক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে । দেৱস্থান আৰক্ষী বিষয়াই এই জঘন্য ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

Intro:হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী নাৰকীয় ঘটনা। Body:হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালী নাৰকীয় ঘটনা।

আৰক্ষী প্ৰশাসনৰ নিৰভ ভুমিকাই হোজাই জিলা খনত দিনক দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এই অভিযোগ নবালিকাৰ পৰিয়াল আৰু স্হানীয় দল সংঘটনৰ।

হোজাই জিলাৰ বিভিন্ন ঠাইত প্ৰায়ে সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো ধৰ্ষণ কাণ্ডৰ ঘটনা।সেহতীয়াকৈ পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। এইবাৰ হোজাই জিলাৰ মোৰাঝাৰৰ হাতিখালি গাৱত বিবাহৰ ভুৱা প্ৰতিশ্ৰুতিৰে ভণ্ড প্ৰেমিকে সপ্তম শ্ৰেণীৰ এগৰাকী নাবালীকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক ভয়ংকৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত হাতিখালী গাঁৱৰ লম্পট ইছলাম উদ্দিনৰ বিৰুদ্ধে ১৩ জুলাইত ভুক্তভোগীয়ে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল। ৰহস্যজনক ভাবে বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰা নাই এই জঘন্য অপৰাধৰ মুল অভিযুক্ত লম্পট ইছলাম উদ্দিনক।

আনহাতে মোৰাঝাৰ আৰক্ষী বিষয়াই দেৱস্হান উপ আৰক্ষী বিষয়াক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে। দেৱস্হান আৰক্ষী বিষয়াই এই জঘন্য ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.