ETV Bharat / state

হোজাইত 4 বছৰৰ পৰা সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ - তৰণী মজুমদাৰৰ পিতৃ ৰাহুল মজুমদাৰ

হোজাইত বিগত চাৰি বছৰ ধৰি নিৰুদ্দেশ হৈ এজন ছাত্ৰ ৷ হোজাই গোলাঘাটিয়া বস্তিৰ তৰণী মজুমদাৰৰ একমাত্ৰ সন্তান ৰাহুল মজুমদাৰ সন্ধান উলিয়াব নোৱাৰি এতিয়া চকুলো টুকিছে পিতৃ-মাতৃয়ে ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাচতো আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ দুৰ্ভগীয়া পিতৃ-মাতৃৰ ৷

হোজাই
হোজাইত 4 বছৰৰ পৰা সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ
author img

By

Published : Aug 18, 2020, 1:21 PM IST

হোজাই, 18 আগষ্টঃ হোজাইত একমাত্ৰ পুত্ৰ সন্তানক বিচাৰি চকুলো টুকিছে এহাল পিতৃ-মাতৃয়ে ৷ বিগত চাৰি বছৰ ধৰি নিৰুদ্দেশ হৈ থকা পুত্ৰৰ সন্ধান উলিয়াব নোৱাৰি চকুলো নিগৰিছে পিতৃ-মাতৃৰ ৷ উল্লেখ্য যে, ২০১৬ চনৰ ১৬ জুলাইৰ পৰা সন্ধানহীন হৈ আছে হোজাই গোলাঘাটিয়া বস্তিৰ তৰণী মজুমদাৰৰ একমাত্ৰ সন্তান ৷

হোজাইত 4 বছৰৰ পৰা সন্ধানহীন পুত্ৰক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ

হোজাই মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী ৰাহুল মজুমদাৰে পিতৃ তৰণী মজুমদাৰৰ সৈতে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ওলাই যোৱাৰ পৰা বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে ৷ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে হোজাই থানাত নিৰুদ্দেশৰ এটি গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে বিগত চাৰিটা বছৰ ধৰি শিক্ষাৰ্থীগৰাকীৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ৷ যাৰ বাবে সন্ধাহীন পুত্ৰৰ দুখত চকুলো নিগৰাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷

আৰু পঢ়কঃ কৰ’ণা সংক্ৰমণৰ মাজতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভক্তক আদৰাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.