ETV Bharat / state

লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায়: শিলাদিত্য দেৱ - Siladitya deb

বৃহস্পতিবাৰে হোজাইৰ কৃষ্ণনগৰত কেইবাখনো সভাত অংশগ্ৰহণ কৰি বিধায়ক শিলাদিত্য দেৱে আগন্তুক নিৰ্বাচনৰ ৰনদংকা বজায় ৷ এক বিশাল বাইক ৰেলীৰে লংকা লালুংডুবী অঞ্চলৰ পৰা কৃষ্ণনগৰ অঞ্চলত উপস্থিত হোৱাৰ পিছতে এক জনসভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷

as_hojai_siladitya-deb-comment-on-ajp-president-lurinjyoti-gogoi_vis_10015
লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায়: শিলাদিত্য দেৱ
author img

By

Published : Feb 26, 2021, 8:18 AM IST

হোজাই, 26 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে হোজাইৰ কৃষ্ণনগৰত বিধায়ক শিলাদিত্য দেৱে কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ অঞ্চলটোৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে আগন্তুক নিৰ্বাচনৰ ৰনদংকা বজায় ৷

এক বিশাল বাইক ৰেলীৰে লংকা লালুংডুবী অঞ্চলৰ পৰা কৃষ্ণনগৰ অঞ্চলত উপস্থিত হোৱাৰ পিছতে এক জনসভাত অংশগ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ পিছতে বেংগলী সাংস্কৃতিক ধামাইল নৃত্যত ভাগ লয় বিধায়ক গৰাকীয়ে ৷ আনহাতে এই অনুষ্ঠানতে এজেপি দলৰ সভাপকি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গৰাকী ৷

লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায়: শিলাদিত্য দেৱ

ৰাইজে বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে হোজাইৰ জমুনামুখৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি কৰা মন্তব্য সন্দৰ্ভত শিলাদিত্য দেৱে কয়, লুৰিণক লুঙি-টুপি পিন্ধা মানুহে ভাল পায় । অসমীয়া মানুহে ভাল নাপায় । গতিকে লুৰিণে লুঙি-টুপি পিন্ধা অঞ্চলৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব লাগিব । অকল যমুনামুখ নহয় ধুবুৰী, লাহৰিঘাট, ধিং আদি অঞ্চলৰ বাংলাদেশী বসতিপূৰ্ণ অঞ্চলৰ পৰা তেওঁ প্ৰতিদন্দিতা কৰিব পাৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক-মুকেশ আম্বানীৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.