ETV Bharat / state

Summer workshop in Hojai : হোজাইত শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা - নৱ প্ৰজন্মক শংকৰী কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহী

বৰ্তমানৰ যুৱ প্ৰজন্মক শংকৰী কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাৰ মানসেৰে হোজাইৰ কাকীত আয়োজন কৰা হৈছে এক বিশেষ কৰ্মশালা (Shankari Culture workshop held in Hojai)৷ বোকাখাত আৰু মৰিগাঁও জিলাৰ পৰা অহা দুজন প্ৰশিক্ষকে উক্ত কৰ্মশালাত প্ৰশিক্ষণ দিছে ৷

Summer workshop in Hojai
হোজাইত শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা
author img

By

Published : Jul 25, 2022, 8:17 PM IST

হোজাই, 25 জুলাই : হোজাই জিলাৰ কাকীত, কাকী শংকৰী সংগীত বিদ্যালয়ৰ উদ্যোগত 10 দিনীয়া শংকৰী সংস্কৃতি আৰু বিহু নৃত্যৰ প্ৰশিক্ষণৰ আয়োজন কৰা হয় (Shankari Culture workshop held in Hojai)। চলিত মাহৰ 18 তাৰিখৰ পৰা আৰম্ভ হোৱা এই শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা অন্ত পৰিব অহা 28 তাৰিখে ৷

এই প্ৰশিক্ষণ কৰ্মশালাত বোকাখাত আৰু মৰিগাঁও জিলাৰ পৰা দুজন প্ৰশিক্ষকৰ লগতে কাকীৰ শংকৰী সংগীত বিদ্যালয়ৰ শিক্ষকেও ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি আহিছে ৷ উল্লেখ্য যে, গৰম বন্ধৰ কালছোৱাত শিক্ষাৰ্থীসকল যিহেতু ঘৰতেই থাকে, সেয়েহে কাকীত শংকৰী সংগীত বিদ্যালয়ে লৈছে এই বিশেষ প্ৰচেষ্টা ৷

হোজাইত শংকৰী কলা-সংস্কৃতিৰ প্ৰক্ষিক্ষণৰ কৰ্মশালা

বৰ্তমান যুগৰ নৱ প্ৰজন্মক শংকৰী কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাৰ মানসেৰে আয়োজন কৰা উক্ত প্ৰশিক্ষণ কৰ্মশালাত শংকৰী গীত, নৃত্য, প্ৰসংগত ব্যৱহৃত গীত, ৰাগ, বৰগীত, বিহু গীত আৰু নৃত্যৰ প্ৰশিক্ষণ দিয়া হৈছে ৷ জানিব পৰা মতে, প্ৰায় 200 শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে উক্ত কৰ্মশালাখনিত ৷

লগতে পঢ়ক : Summer children theatre workshop: সৰভোগত শিশু নাট কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.