ETV Bharat / state

হোজাইত পৰিবহণ বিভাগৰ গাফিলতিত পথ দুৰ্ঘটনা

author img

By

Published : Jun 20, 2022, 10:41 PM IST

পৰিবহণ বিভাগে জব্দ কৰি নিয়া মেজিক বাহনে সংঘটিত কৰিলে দুৰ্ঘটনা । দুগৰাকী ছাত্ৰীক খুন্দিয়াই আহত কৰে বাহনখনে (Two students injured in road accident) । তাৰে ১০ বছৰীয়া ছাত্ৰী গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । হোজাইৰ শংকৰদেৱ নগৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো (Road accident in Hojai Shankardev Nagar )। আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ ।

road-accident-in-hojai-shankardev-nagar
হোজাইত পৰিবহন বিভাগৰ গাফিলতিত পথ দুৰ্ঘটনা

হোজাই 20, জুন: পৰিবহণ বিভাগে জব্দ কৰি নিয়া এখন মেজিক বাহনে সংঘটিত কৰিলে দুৰ্ঘটনা । দুগৰাকী ছাত্ৰীক খুন্দিয়াই আহত কৰে বাহনখনে (Two students injured in road accident) । তাৰে ১০ বছৰীয়া এগৰাকী ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । হোজাইৰ শংকৰদেৱ নগৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ( Road accident in Hojai Shankardev Nagar )। আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ হস্পিতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ।

উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে হোজাইৰ শংকৰদেৱ নগৰত । উল্লেখ্য যে, AS02 BC 1147 নম্বৰৰ এখন মেজিক বাহন জব্দ কৰিছিল হোজাই পৰিবহণ বিভাগে । জব্দ কৰা বাহনখনক পথত ওলোটা দিশত পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ ।

পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মৰত এগৰাকী গৃহৰক্ষী জোৱানে বাহনখনক ওলোটা দিশত চলাই লৈ যোৱাৰ অভিযোগ তুলিছে স্থানীয় একাংশই (Accidents caused by negligence of transport department) । বৰ্তমান মেজিক বাহনখন শংকৰদেৱ নগৰ আৰক্ষীয়ে জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : বালিপৰাত অন কেমেৰা ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.