ETV Bharat / state

লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোজাই আৰক্ষী - লামডিং

লক ডাউনৰ মাজতে ৰাজ্যৰ একাংশ ব্যক্তিয়ে ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সুযোগৰ প্ৰতি তীক্ষ্ন দৃষ্টি ৰাখিছে আৰক্ষী তথা প্ৰশাসনে ৷ বিভিন্ন অজুহাত দেখুৱাই বাহিৰলৈ অহা লোকক উপায়ন্তৰ আৰক্ষীয়ে কাণত ধৰাই উঠা-বহা কৰোৱা দৃশ্য দেখা গ’ল হোজাইত ৷

Police action during lockdown nagaon assam etv bharat news
কঠোৰ হোজাই আৰক্ষী
author img

By

Published : Mar 26, 2020, 8:44 PM IST

নগাওঁ,26 মাৰ্চঃ লক ডাউনৰ সময়ত ঔষধৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খোলা ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে । কিন্তু দোকানলৈ যোৱাৰ দোহাই দি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে ৰাজ্যৰ একাংশ লোক । হোজাই জিলাৰ লামডিঙত বৃহস্পতিবাৰৰ দিনটোত দেখা যায় এনে দৃশ্য । যাৰ বাবে উপায়ন্তৰ হৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় । ক’ৰবাত যদি লাঠিৰ কোব,ক’ৰবাত আকৌ নিজকে সমাজৰ শত্ৰু বুলি একাংশক হাতত পোষ্টাৰ ল’বলৈ বাধ্য কৰায় আৰক্ষীয়ে । লক ডাউনৰ দ্বিতীয় দিনা লামডিঙত আৰক্ষী বাধ্য হৈ এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ এইদৰে আৰক্ষীয়ে বিভিন্ন শাস্তি প্ৰদান কৰে আইন উলংঘাকাৰীসকলক ৷

কঠোৰ হোজাই আৰক্ষী

লগতে চাওকঃ শিৱসাগৰত ল’ক ডাউন অমান্য একাংশ জনসাধাৰনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.