ETV Bharat / state

হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Jul 1, 2022, 6:41 PM IST

হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Plantation programme organized by Markazul Maarif) ৷ অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু মাৰ্কাজুল মাআৰিফৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Plantation programme organized by Markazul Maarif in Hojai
হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ

হোজাই, 1 জুলাই: হোজাইৰ মাৰ্কাজুল মাআৰিফৰ উদ্যোগত পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Plantation programme organized by Markazul Maarif ) ৷ জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বন মহোৎসৱ সপ্তাহ-2022ৰ লগত সংগতি ৰাখি পৰিৱেশ সজাগতা আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ এক অনুষ্ঠান শুকুৰবাৰে আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী (DC Anupam Chaudhary) উপস্থিত থাকি বৃক্ষৰোপণৰ জৰিয়তে অনুষ্ঠানটো শুভাৰম্ভণি কৰে ৷ এই অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু মাৰ্কাজুল মাআৰিফৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, সমগ্ৰ হোজাই জিলাখনেই সেউজীয়া কৰা লক্ষ্য আগত ৰাখি বিগত বহু বছৰৰ পৰাই বৃক্ষৰোপণ কাৰ্যসূচী চলাই আহিছে মাৰ্কাজুল মাআৰিফে ৷

এই অনুষ্ঠানৰ জৰিয়তে শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ২৫০০ টা বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰে ৷ এটা গছপুলি ৰোৱাৰ পিছত পুলিটোৰ প্ৰতি ল’বলগীয়া গুৰুত্বৰ ওপৰত আৰু গছপুলিটো সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মাৰ্কাজুল মাআৰিফৰ কৰ্মকৰ্তাই ৷

লগতে পঢ়ক: নলবাৰীত বিজেপি কৰ্মীৰ দ্বাৰা অপদস্থ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.