ETV Bharat / state

হাজোত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ - দিহিনা

সমনীয়া দুগৰাকীক নদীৰ পাৰত থিয় কৰাই মৰাজান নৈত অকলে গা ধুবলৈ নামিছিল নিভা দাস৷

হাজোত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰীৰ
author img

By

Published : Aug 18, 2019, 4:56 PM IST

হাজো, 18 আগষ্টঃ হাজোৰ দিহিনাত শোকাৱহ ঘটনা । মৰাজান নৈত গা ধুবলৈ গৈ সলিল সমাধি নিভা দাস নামৰ কিশোৰী গৰাকীৰ ৷ ঘৰৰ সমীপতে থকা মৰাজান নৈত সমনীয়াৰ সতে গা ধুবলৈ গৈছিল কিশোৰী গৰাকী । সমনীয়া দুগৰাকীক নদীৰ পাৰত থিয় কৰাই মৰাজান নৈত অকলে গা ধুবলৈ নামিছিল নিভা দাস ৷ তাৰ কিছুসময় পাচতে নৈৰ পানীত সন্ধানহীন হৈ পৰিছিল কিশোৰী গৰাকী ৷ সমনীয়া দুগৰাকীয়ে পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোকসহ স্থানীয় ৰাইজ উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ কিশোৰীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

Intro:SLUG-HAJO GIRL SALIL SAMADHI ..

SCRIPT-হাজোৰ দিহিনাত ঘটিল এক শোকাৱহ ঘটনা। ঘৰৰ সমীপতে থকা মৰাজান নদীত সমনীয়াৰ সতে গা ধুবলৈ গৈছিল নিভা দাস নামৰ কিশোৰী সলীল সমাধি।Body:

ঘৰৰ সমীপতে থকা মৰাজান নদীত সমনীয়াৰ সতে গা ধুবলৈ গৈছিল নিভা দাস নামৰ কিশোৰী গৰাকী। নিভা দাস নামৰ কিশোৰী গৰাকীৰ দুজনী সমনীযা নদীৰ পাৰত থিয দিথকা সমযতে নিভা দাস অকলে গা ধুবলৈ গৈ নিখোজ হয মৰাজান নদীত।নিভা দাস নদীত নিখোজ হোবাত সমনীযা দুজনীযে পৰিযালৰ মানুহক খবৰ কৰাত পৰিযালৰ লগতে স্হানীয লোক সকল উপস্থিত হয নদীৰ পাৰত। পাছত স্থানীয় লোকসকলে উদ্ধাৰ কৰে নিভাৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতে এক শোকাকূল পৰিবেশৰ সৃস্টি হয় অঞ্চল জুৰি।

Byte- স্হানীয লোক।Conclusion:পাছত স্থানীয় লোকসকলে উদ্ধাৰ কৰে নিভাৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পাছতে এক শোকাকূল পৰিবেশৰ সৃস্টি হয় অঞ্চল জুৰি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.