- হোজাই জিলাৰ নখুঁটিৰ অস্থায়ী শিবিৰত থকা এজন উচ্ছেদিত লোকৰ মৃত্যু
- মৃত্যু হোৱা লোকজনৰ নাম মুজিবুৰ ৰহমান
- কাৰ্বি আংলং প্ৰশাসনে অঞ্চলটোত চলোৱা উচ্ছেদৰ পিছত উচ্ছেদিত লোক সকলে অস্থায়ী শিবিৰ পাতি লৈছিল আশ্ৰয়
- আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
- লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাইনখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1
নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1 - ONE DEATH
কাৰ্বিআংলং প্ৰশাসনে চলোৱা উচ্ছেদৰ পিচত উচ্ছেদিত লোকসকলে আশ্ৰয় লৈ আছিল নখুঁটি অঞ্চল ৷
![নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2852814-298-a6c741dc-ce9f-4394-9ddc-627a0af2098b.jpg?imwidth=3840)
নখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1
- হোজাই জিলাৰ নখুঁটিৰ অস্থায়ী শিবিৰত থকা এজন উচ্ছেদিত লোকৰ মৃত্যু
- মৃত্যু হোৱা লোকজনৰ নাম মুজিবুৰ ৰহমান
- কাৰ্বি আংলং প্ৰশাসনে অঞ্চলটোত চলোৱা উচ্ছেদৰ পিছত উচ্ছেদিত লোক সকলে অস্থায়ী শিবিৰ পাতি লৈছিল আশ্ৰয়
- আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
- লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাইনখুঁটিৰ অস্থায়ী শিবিৰত মৃত্যু 1
Hojai Breaking......
হোজাই জিলাৰ নুখুটিৰ অস্থায়ী শিবিৰত থকা এজন উছেদিত লোকৰ মৃত্যু।।
মৃত্যু হোৱা লোকজনৰ নাম মুজিবুৰ ৰহমান।।
কাৰ্বি আংলং প্ৰশাসনে অঞ্চলটোত চলোৱা উচ্ছেদৰ পিছত উচ্ছেদিত লোক সকলে অস্থায়ী শিবিৰ পাতি লৈছিল আশ্ৰয়।
আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam