ETV Bharat / state

জ্বৰত মৃত্যু হোৱা আলী হুছেইনৰ গাত নাই কভিড-19ৰ উপস্থিতি

author img

By

Published : May 13, 2020, 10:55 PM IST

জ্বৰত আক্ৰান্ত হৈ হোজাইত মৃত্যু হোৱা যুৱকজনৰ শৰীৰত কভিড-19ৰ উপস্থিতি নিগেটিভ পোৱা গৈছে ৷ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে এই তথ্য ৷

NO CORONA VIRUS CASEES IN HOJAI YOUTH
জ্বৰত মৃত্যু হোৱা আলী হুছেইনৰ গাত নাই কভিড-19ৰ উপস্থিতি

হোজাই, 13 মে' : হোজাইত জ্বৰত আক্ৰান্ত হৈ মৃত্যু হোৱা আলী হুছেইনৰ শৰীৰত নাই কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মৃত্যুৰ পিছত তেজৰ নমুনা পৰীক্ষাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য ৷

উল্লেখযোগ্য যে, জ্বৰত আক্ৰান্ত হৈ মংগলবাৰে হোজাইৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছিল যুৱকজনৰ ৷

লগতে পঢ়ক : ৮৪ৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত সজ্জন কুমাৰৰ জামিন নাকচ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.