ETV Bharat / state

NEET 2020ত সফলতা লাভ কৰা ৮০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ - সম্বৰ্ধনা অনুষ্ঠান

NEETত ২০২০ বৰ্ষত ৭২০নম্বৰ ভিতৰত ৭২০ নম্বৰ পোৱা শ্বোৱেব আফতাবক মৌলানা বদৰুদ্দিন আজমলে জাপি,শৰাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এক লাখ টকাৰ চেক প্ৰদান কৰে ।

neet-student-felicitation
NEET 2020ত সফলতা লাভ কৰা ৮০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ
author img

By

Published : Nov 19, 2020, 10:38 PM IST

হোজাই,19 নৱেম্বৰ : NEET 2020ত সফলতা লাভ কৰা ৮০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজমল ফাউণ্ডেচনৰ দ্বাৰা আয়োজন কৰা হয় সম্বৰ্ধনা অনুষ্ঠানৰ ৷

neet-student-felicitation
NEET 2020ত সফলতা লাভ কৰা ৮০ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেচনৰ

উক্ত অনুষ্ঠানত উপস্থিত থাকে‌ আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল,চিৰাজুদ্দিন আজমল,নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু,বিশিষ্ট লেখিকা শিখা শৰ্মা,সমাজ সেৱিকা মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে অন্যান্য কেবাগৰাকীও বিশিষ্ট অতিথি।

এই অনুষ্ঠানতে NEETত ২০২০ বৰ্ষত ৭২০নম্বৰ ভিতৰত ৭২০ নম্বৰ পোৱা শ্বোৱেব আফতাবক মৌলানা বদৰুদ্দিন আজমলে জাপি,শৰাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এক লাখ টকাৰ চেক প্ৰদান কৰে।

লগতে পঢ়ক: জয় শ্ৰী ৰাম নোকোৱাৰ বাবে ছাত্ৰক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.