ETV Bharat / state

COVID-19 ত আক্ৰান্ত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ

author img

By

Published : Oct 12, 2020, 8:35 PM IST

বিধায়ক শিলাদিত্য দেৱৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ সম্প্ৰতি নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছে বিধায়ক গৰাকী ৷

শিলাদিত্য দেৱ
শিলাদিত্য দেৱ

হোজাই, 12 অক্টোবৰ: হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত সোমবাৰে বিধায়ক গৰাকী COVID-19 ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ সম্প্ৰতি নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছে বিধায়ক গৰাকী ৷ বিধায়ক গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে COVID পৰীক্ষা কৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক: বৰপেটাত চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.