- হোজাই আৰক্ষীৰ আন এক সাফল্য
- নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে হোজাই ৰে’ল ষ্টেচনত নিশা আৰক্ষীৰ অভিযান
- অভিযানকালত জব্দ মুঠ ১৯২ কিলোগ্ৰাম গাঞ্জা (Ganja seized from Hojai Rail Station)
- গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নামনিমুৱা আগৰতলা ৰাণী কমলাপট্টি এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জাখিনি
- ৰে’লখনৰ S-8 আৰু S-11 নম্বৰৰ ডবাৰ টয়লেটৰ ভিতৰত সুমুৱাই আনিছিল গাঞ্জাখিনি
- জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় 20 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
- অৱশ্যে গাঞ্জাখিনি জব্দ কৰিলে যদিও কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী
BREAKING NEWS: হোজাই ৰে’ল ষ্টেচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - Ganja seized
হোজাই আৰক্ষীৰ বৃহৎ সাফল্য ৷ হোজাই ৰে’ল ষ্টেচনত নিশা আৰক্ষীৰ অভিযান ৷ অভিযান কালত জব্দ মুঠ ১৯২ কিলোগ্ৰাম গাঞ্জা (Ganja seized from Hojai Rail Station) ৷ গোপন সুত্ৰৰ খবৰৰ ভিত্তিত নামনিমুৱা আগৰতলা ৰাণী কমলাপট্টি এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জাখিনি ৷
হোজাই ৰে’ল ষ্টেচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
- হোজাই আৰক্ষীৰ আন এক সাফল্য
- নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে হোজাই ৰে’ল ষ্টেচনত নিশা আৰক্ষীৰ অভিযান
- অভিযানকালত জব্দ মুঠ ১৯২ কিলোগ্ৰাম গাঞ্জা (Ganja seized from Hojai Rail Station)
- গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নামনিমুৱা আগৰতলা ৰাণী কমলাপট্টি এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জাখিনি
- ৰে’লখনৰ S-8 আৰু S-11 নম্বৰৰ ডবাৰ টয়লেটৰ ভিতৰত সুমুৱাই আনিছিল গাঞ্জাখিনি
- জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰমূল্য প্ৰায় 20 লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
- অৱশ্যে গাঞ্জাখিনি জব্দ কৰিলে যদিও কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী
Last Updated : Sep 5, 2022, 1:28 PM IST
TAGGED:
Ganja seized